• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ন্যায় আদালতৰ, এজন লোকক হত্যাৰ অভিযোগত ৪৯ জন দোষীক মৃত্যুদণ্ড!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2022 1:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ আফ্ৰিকাৰ দেশ আলজেৰিয়াত সংঘটিত হৈছে ঘটনাটো। দেশখনৰ এখন আদালতে ৩৮ বছৰীয়া জামেল বেন ইছমাইল নামৰ এজন লোকৰ হত্যাৰ বাবে ৪৯ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে। দোষীসকলৰ বিৰুদ্ধে যোৱা বছৰ লোকজনক মৰিয়াই তথা জ্বলাই হত্যা কৰাৰ অভিযোগ আছে।

বাতৰি অনুসৰি, যোৱা বছৰ আলজেৰিয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু অৰণ্যত জুই লগোৱাৰ বাবে দোষী সাব্যস্ত হোৱা অভিযুক্তসকলে ভুলকৈ সন্দেহজনক লোকজনক প্ৰহাৰ কৰি জ্বলাই হত্যা কৰিছিল। পিছত এইটো প্ৰকাশ পাইছিল যে মৃতব্যক্তিজনে জুই বিয়পাবলৈ নহয়, আনক জুইৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈছিল।

লগতে পঢ়ক: প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি

Apply Now

যোৱা বছৰ আগষ্টত জুই লগাৰ পিছত ইছমাইলে টুইট কৰিছিল। তাত তেওঁ কৈছিল যে তেওঁ বিয়পি পৰা জুইৰ মোকাবিলা কৰিবলৈ তেওঁৰ ঘৰৰ পৰা ৩২০ কিলোমিটাৰ দূৰৰ কাবিলি অঞ্চললৈ যাব। দৰাচলতে, ৰাজধানী আলজিয়াৰ্ছৰ পূব অঞ্চলটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল আছিল।

কিন্তু তেওঁ কাবিলি অঞ্চলৰ পৰা নিজ অঞ্চললৈ উভতি অহাৰ পিছতে স্থানীয় লোকে জামেলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰে। সেই সময়ত স্থানীয় লোকে দাবী কৰিছিল যে জামিলে নিজেই অৰণ্যত জুই লগাই দিছিল। তাৰ পিছত যোৱা বছৰৰ ১১ আগষ্টত গ্ৰাফিক ফুটেজটো প্ৰচাৰিত হ’বলৈ আৰম্ভ কৰে। য’ত দেখা যায় যে বেন ইছমাইলক আক্ৰমণ কৰা হৈছে। তেওঁক অত্যাচাৰ কৰি জ্বলাই হত্যা কৰাৰ পিছত লোকসকলে তেওঁৰ শৰীৰটো গাওঁলৈ লৈ গৈছিল।

এই ঘটনা আৰু ভিডিঅ’বোৰে আলজেৰিয়াত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। অৱশ্যে, মৃত বেন ইছমাইলৰ ভাতৃয়ে ছ’চিয়েল মিডিয়া যুজাৰসকলক আক্ৰমণটোৰ ভিডিঅ’ ফুটেজ বিলোপ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে তেওঁৰ মাকে এতিয়াও নাজানে তেওঁৰ পুত্ৰৰ মৃত্যু কেনেকৈ হৈছিল।

লগতে পঢ়ক: সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

ইপিনে, তেওঁৰ পিতৃ নুৰুদ্দিন বেন ইছমাইলে কয় যে তেওঁ “বিধ্বস্ত” হৈ পৰিছে। “মোৰ পুত্ৰ জুইৰ সৈতে মোকাবিলা কৰিবলৈ কাবিলিলৈ গৈছিল। এই অঞ্চলটো তেওঁৰ প্ৰিয় আছিল। কিন্তু তেওঁলোকে তেওঁক জীৱন্তে জ্বলাই দিছিল।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd