• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2022 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Birth certificates will be made mandatory বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিক কঠোৰ হোৱাৰ পথত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সূত্ৰ অনুসৰি, কেন্দ্ৰই সংসদৰ আগন্তুক অধিৱেশনত ১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইনত (BRD) সংশোধনী অনাৰ পৰিকল্পনা কৰিছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হ’ব। চাকৰিৰ পৰা চৰকাৰী সেৱালৈকে জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে একো সুবিধা পোৱা নাযাব।

বাতৰি অনুসৰি, কেন্দ্ৰই প্ৰস্তাৱিত সংশোধনীৰে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি, ভোটাৰ তালিকাত নামভৰ্তি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰি, ড্ৰাইভিং লাইচেঞ্চ আৰু পাছপোৰ্টৰ বাবে জন্মৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰিব।

লগতে পঢ়ক: ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ

Apply Now

কেৱল জন্মৰ প্ৰমাণপত্ৰই নহয়, মৃত্যুৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কেন্দ্ৰই কঠোৰ হ’ব কেন্দ্ৰ। কোৱা হৈছে যে চিকিৎসালয়সমূহে মৃতকৰ আত্মীয়সকলক আগৰ দৰেই মৃত্যুৰ প্ৰমাণপত্ৰ দিব। ইয়াৰ লগতে মৃত্যুৰ কাৰণৰ সৈতে স্থানীয় প্ৰশাসনৰ ওচৰতো মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইন অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন বাধ্যতামূলক। এনে নকৰাটো এটা শাস্তিযোগ্য অপৰাধ। কিন্তু তৎস্বত্ত্বেও বহুক্ষেত্ৰত দেখা যায় যে পৰিয়ালটোৱে জন্মৰ প্ৰমাণপত্ৰ বা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাত অৱহেলা কৰে। সেই অৱহেলা পৰিহাৰ কৰিবলৈ সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে লোকপিয়লৰ পৰা চৰকাৰী কাৰ্যসূচীৰ সুবিধা প্ৰদানলৈকে সকলো ক্ষেত্ৰতে সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ

কেন্দ্ৰই দাবী কৰিছে যে বিধেয়কখন ৰাজ্য চৰকাৰ আৰু সাধাৰণ নাগৰিকৰ সৈতে আলোচনা কৰি অনা হৈছে। কিন্তু প্ৰশ্নটো হ’ল, যদি সকলো বোৰৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হয়, তেন্তে আধাৰ কাৰ্ডৰ কাম কি? ইমান তৎপৰতা গ্ৰহণ কৰি আধাৰ কাৰ্ডবোৰ কিয়  বনোৱা হ’ল?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd