• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাংগালুৰুত যুৱতীক দলবদ্ধ ধৰ্ষণ অনলাইন বাইক সেৱা চালকৰ: অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 2:44 pm
gang-raped in Bengaluru
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত উদ্বেগজনক হাৰত ধৰ্ষণৰ ঘটনা বৃদ্ধি হোৱাৰ সময়তে পোহৰলৈ অহা যোৱা শুকুৰবাৰে বাংগালুৰুত সংঘটিত আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে নিশা অনলাইন বাইক সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ গৈ বাইক চালক আৰু তেওঁৰ বন্ধুৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ২২ বছৰীয়া যুৱতীয়ে।

Apply Now

কেৰালাৰ পৰা বাংগালুৰুলৈ অহা যুৱতীগৰাকীয়ে শুকুৰবাৰে প্ৰায় মাজনিশা তেওঁৰ বন্ধুৰ ঘৰলৈ যোৱাৰ লক্ষ্যৰে অনলাইন বাইক বুকিং কৰিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে বাইক বুকিং কৰাৰ সময়ত অত্যধিক মদ্যপান কৰি আছিল।

বাইক চালকগৰাকীয়ে যুৱতীগৰাকীক গন্তব্যস্থানলৈ লৈ যায় যদিও নিচাগ্ৰস্ত অৱস্থাত থকা যুৱতীগৰাকী বাইকৰ পৰা নামিব পৰা অৱস্থাত নাছিল।

ইয়াৰ পিছত চালকজনে তাইক নিজৰ ঘৰলৈ লৈ যায়। চালকগৰাকীয়ে তেওঁৰ আন এগৰাকী বন্ধুক ঘৰলৈ মাতি আনে আৰু দুয়োগৰাকীয়ে নিশা উপৰ্যুপৰি যুৱতীগৰাকীক ধৰ্ষণ কৰে।

আৰক্ষীৰ মতে, উক্ত ঘটনাৰ দিনা ঘৰটোত এগৰাকী মহিলাও উপস্থিত আছিল আৰু এই ধৰ্ষণকাণ্ডত মহিলাগৰাকীয়েও দুয়ো অভিযুক্তক সহায় কৰিছিল, যাৰ বাবে তেওঁ ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ বন্ধুবৰ্গক এই অপৰাধৰ বিষয়ে অৱগত কৰা নাছিল।

ঘটনাৰ পিছদিনা যুৱতীগৰাকীয়ে চেতনা লাভ কৰাৰ পিছত শৰীৰত বিষ অনুভৱ কৰি ওচৰৰ এখন চিকিৎসালয় যায়। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে ধৰ্ষণৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

এই অভিযোগৰ পাছতে আৰক্ষীয়ে এক অভিযোগ পঞ্জীয়ন কৰে আৰু যুৱতীগৰাকীৰ ভাষ্যৰ আধাৰত দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ উপায়ুক্ত প্ৰতাপ ৰেড্ডীয়ে সদৰী কৰা মতে ঘটনাৰ প্ৰমাণৰ বাবে আৰক্ষীয়ে অপৰাধস্থলীত ফৰেনছিক পৰীক্ষা চলায়।

ইফালে বাইক সেৱা এপটোত সুৰক্ষা বৃদ্ধি নিশ্চিত কৰিবলৈ এপটোৰ স্বত্বাধিকাৰীক তলব কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে এগৰাকী অভিযুক্তৰ পূৰ্বে অপৰাধজনিত ৰেকৰ্ড থকাৰ সন্দেহৰ বাবে আৰক্ষীয়ে দুয়ো অভিযুক্তৰ বিৰুদ্ধে অনুসন্ধান তথা তদন্ত চলাইছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd