• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 3:17 pm
জুবিন নটিয়াল। ফাইল ফটো।

জুবিন নটিয়াল। ফাইল ফটো।

160
VIEWS
Share on FacebookShare on Twitter

দুৰ্ঘটনাত জনপ্ৰিয় গায়ক জুবিন নটিয়াল গুৰুতৰভাৱে আহত হৈছে। তেওঁক বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ শৰীৰৰ একাধিক অংশত আঘাত প্ৰাপ্ত হৈছে। বাতৰি অনুসৰি দুৰ্ঘটনাটোৰ পিছত তেওঁৰ সোঁ হাতত অস্ত্ৰোপচাৰ কৰিব লগা হৈছে। বৃহস্পতিবাৰে জুবিন বাসগৃহৰ চিৰিৰ পৰা বাগৰি পৰি দুৰ্ঘটনাত পতিত হয়। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।   

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, চিৰিৰ পৰা পৰি জুবিন নটিয়ালৰ সোঁ কিলাকুটি ভাঙিছে। বুকুৰ হাড় ফাটিছে আৰু আনকি মূৰতো আঘাত পাইছে। অৱশ্যে, চিকিৎসকসকলে জনায় যে গায়কজনৰ মূৰৰ আঘাত গুৰুতৰ নহয়।

লগতে পঢ়ক: কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

বাতৰি মতে তেওঁৰ সোঁ বাহুত অস্ত্ৰোপচাৰ হৈছে। চিকিৎসকসকলে জুবিনক তেওঁৰ সোঁ হাতটো বৰ্তমান কোনো ধৰণে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে। জুবিনে অৱশ্যে নিজে এতিয়ালৈকে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে একো কোৱা নাই।

ইপিনে, যোৱা সপ্তাহত জুবিন নটিয়ালক ডুবাইত প্ৰদৰ্শন কৰা দেখা গৈছিল। জুবিনে ডুবাইত জনতাৰ ভিৰৰ মাজত গান গোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল। কিছুদিন পূৰ্বে সিংহলী গায়িকা য়োহানি দিলোকা ডি’ চিলভাৰ সৈতে জুবিন নটিয়ালৰ ‘তু সামনে আয়ে’ৰ সংগীত ভিডিঅ’ মুকলি কৰা হৈছিল।

লগতে পঢ়ক: সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

শেহতীয়াকৈ, জুবিন নটিয়ালে দৃশ্যম ২, শ্বেৰশ্বাহকে ধৰি বহুতো জনপ্ৰিয় চলচ্চিত্ৰত কণ্ঠদান কৰিছে।

Recent News

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

পুনৰ বাঢ়িছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ : দেশজুৰি আক্ৰান্ত ৭ হাজাৰ ব্যক্তি

পুনৰ বাঢ়িছে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ : দেশজুৰি আক্ৰান্ত ৭ হাজাৰ ব্যক্তি

“কংগ্ৰেছে নষ্ট কৰিলে উত্তৰ-পূবৰ ভৱিষ্যত! মন্তব্য কৰাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ”, সৰ্বানন্দ সোণোৱাল

“কংগ্ৰেছে নষ্ট কৰিলে উত্তৰ-পূবৰ ভৱিষ্যত! মন্তব্য কৰাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ”, সৰ্বানন্দ সোণোৱাল

প্ৰতিবাদক কেনেকৈ প্ৰতিৰোধলৈ ৰূপান্তৰিত কৰিব?

প্ৰতিবাদক কেনেকৈ প্ৰতিৰোধলৈ ৰূপান্তৰিত কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd