• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2022 7:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলতো ঘটিল অঘটন। আনকি চলিত বিশ্বকাপৰ এইটো আটাইতকৈ ডাঙৰ ঘটনাটো বুলি ক’ব পাৰি। শুকুৰবাৰে দোহাৰ লুচেইল ষ্টেডিয়ামত ব্ৰাজিল কেমেৰুনৰ হাতত ০-১ গ’লত পৰাজিত হয়। ভিনচেণ্ট আবুবাকাৰে ইনজুৰী টাইমত খেলখনৰ একমাত্ৰ গ’লটো কৰে। তেওঁ সোঁফালৰ পৰা উৰি অহা এটা ক্ৰছত হেড কৰি ঐতিহাসিক বিজয় কাঢ়ি লৈছিল।

আবুবাকাৰ হৈছে বিশ্বকাপত ব্ৰাজিলৰ বিৰুদ্ধে গ’ল কৰা তৃতীয় আফ্ৰিকান ফুটবলাৰ। কিন্তু গ’লটোৰ উত্তেজনাত তেওঁ জাৰ্চিটো খুলি দ্বিতীয় হালধীয়া কাৰ্ডখন অৰ্থাৎ ৰঙা কাৰ্ড দেখিলে।

Apply Now

বিশ্বকাপত অঘটনৰ এইটো তৃতীয় ৰাউণ্ড। স্পেইন আৰু পৰ্তুগালৰ পিছত এইবাৰ ব্ৰাজিল। টিটেৰ দলে প্ৰথম দুখন খেলত মসৃন বিজয় সাৱ্যস্ত কৰিছিল। আশা কৰা হৈছিল যে ব্ৰাজিল গ্ৰুপত তিনিখন মেচ জিকা প্ৰথম দল হিচাপে কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেললৈ যাব। কিন্তু ইয়াৰ বিপৰীতে হাৰি থাকিল পাঁচবাৰৰ বিশ্ব চেম্পিয়ন।

দুদিন আগৰ ফ্ৰান্সৰ দৰে হ’ল ব্ৰাজিলৰ অৱস্থা। ফ্ৰান্সৰ প্ৰশিক্ষকে টিউনিছিয়াৰ বিৰুদ্ধে খেলত দলটোত ৯টা পৰিৱৰ্তন কৰিছিল। ফলস্বৰূপে ফৰাচীসকলৰ খেলখনত উৎসাহ নাছিল। ছন্দও হেৰুৱাইছিল। তাৰ পুনৰাবৃত্তি ঘটিল ব্ৰাজিলৰ। কিন্তু একে সময়তে বহু সুযোগ নষ্ট হৈছিল, ফিনিছিঙৰ অভাৱতে ডুবিল ব্ৰাজিল। নেইমাৰে গেলেৰীত বহি দলটোৰ পৰাজয়ৰ সাক্ষী হৈ থাকিল। ব্ৰাজিলে ইতিমধ্যে প্ৰথম দুখন মেচ জিকি অন্তিম ষোল্লত উপনীত হৈছিল।

চেলেকাও বাহিনীৰ সন্মুখত শীৰ্ষ স্থান ধৰি ৰখাৰ যুঁজ আছিল। কিন্তু টিটে দলটোত কেইবাটাও পৰিৱৰ্তন কৰিছিল। তদুপৰি, আঘাতৰ দ্বাৰা জৰ্জৰিত ব্ৰাজিল শিবিৰ। দলৰ একাধিক ফুটবল খেলুৱৈ ফ্লুত ভুগি আছে। খেলখনৰ আৰম্ভণিৰ পৰাই ব্ৰাজিলে আক্ৰমণাত্মক ফুটবল খেলিছিল। ১১ মিনিটত প্ৰথম সুযোগ। কিন্তু মাৰ্টিনেলীয়ে দলটোক আগুৱাই নিব নোৱাৰিলে। তিনি মিনিটৰ পিছত কেমেৰুনৰ গ’লৰক্ষক আপাচিয়ে ফ্ৰেডৰ ক্ৰছৰ পৰা ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰৰ হেডটো ৰক্ষা কৰে। আবুবাকাৰে কেইবাবাৰো বিপক্ষৰ বাকচত আতংকৰ সৃষ্টি কৰিছিল। তেওঁ বিৰতিৰ ঠিক আগতে গ’ল কৰিব পাৰিলেহেঁতেন। কিন্তু কেমেৰুনৰ তাৰকা ফুটবলাৰজনে সুযোগ হেৰুৱাইছিল।

দ্বিতীয়াৰ্ধত কেমেৰুনে ব্ৰাজিলৰ প্ৰতিৰক্ষাৰ ওপৰত চাপ বৃদ্ধি কৰে। সকলো আক্ৰমণৰ আঁৰত আছিল আবুবাকাৰ। অৱশ্যে ব্ৰাজিলৰ আক্ৰমণ চাৰিগুণ অধিক  আছিল। চেলেকাওৰ দলে গ’লৰ লক্ষ্যত ২০ টা শ্বট মাৰিছিল। কিন্তু ফিনিছিঙৰ অভাৱ আছিল। মাৰ্টিনেলি, এন্থনী, ৰড্ৰিগোহঁতে এটাৰ পিছত এটা কৈ সুযোগ হেৰুৱাইছিল। ফলস্বৰূপে, নিজেই কেমেৰুনক ইতিহাস ৰচিবলৈ সুযোগ দিছিল। খেলখনৰ ৫৬ মিনিটত মাৰ্টিনেলীৰ দীঘলীয়া দূৰত্বৰ শ্বটটো আপাচিয়ে ৰক্ষা কৰে। তথাপিও, কমেও ৪-৫ টা নিশ্চিত সম্ভাৱনা আছিল। কিন্তু গ’ল দেখা নগ’ল। আবুবাকাৰে বিজয়ী গ’লটো অৰ্জন কৰাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিছিল।

কেমেৰুন বিশ্বকাপত ব্ৰাজিলক পৰাস্ত কৰা প্ৰথম আফ্ৰিকান দেশ হিচাপে পৰিগণিত হৈছে। অৱশ্যে, তাৰ প্ৰভাৱ গ্ৰুপৰ তালিকাত নপৰিল। ব্ৰাজিল হৈছে অন্তিম ষোল্লত প্ৰৱেশ কৰা প্ৰথম দল। দ্বিতীয় দল হিচাপে যোগ্যতা অৰ্জন কৰিছে চুইজাৰলেণ্ডে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd