• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিনৰ পোহৰতে কুখ্যাত গেংষ্টাৰক গুলীয়াই হত্যা; দুৰ্বৃত্তৰ গুলীত এজন পথচাৰীও নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2022 11:30 am
128
VIEWS
Share on FacebookShare on Twitter

Gangster shot dead in broad daylight কুখ্যাত গেংষ্টাৰক দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হৈছে। চাৰিজনীয়া দুৰ্বৃত্তৰ দলে ৰাজস্থানৰ ছিকাৰত নিজৰ ঘৰৰ সন্মুখতে গেংষ্টাৰ ৰাজু থেথেক হত্যা কৰি পলাই যায়।পিপ্ৰালী ৰোডত ৰাজুৰ ঘৰৰ মূল দুৱাৰৰ সন্মুখতে তেওঁক গুলীয়ায়। ৰাজুক কেইদিনমান আগতে জামিনত মুক্তি দিয়া হৈছিল। তাৰ পিছতে সংঘটিত এই হত্যা।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাজুৱে শনিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত তেওঁৰ ঘৰৰ পৰা ওলাই আহিছিল। সেই সময়ত বিপক্ষৰ দলটোৰ দুজন দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। গুলীয়ে ৰাজুৰ দেহ ক্ষত-বিক্ষত কৰে।

লগতে পঢ়ক: বিষাক্ত সম্পৰ্ক! স্বামীক লাহে লাহে বিষ দি হত্যা; প্ৰেমিকক লগত লৈ ষড়যন্ত্ৰ পত্নীৰ

গুলীচালনাত তাৰাচান্দ কাৰ্চাৱাৰা নামৰ এজন লোকো নিহত হয়। আৰক্ষীয়ে জনায় যে তাৰাচান্দে তেওঁৰ কন্যাক টিউচনলৈ লৈ গৈ আছিল। তেওঁৰ লগত এজন ভাতৃও আছিল। গুলী তাৰাচান্দৰ বুকু ভেদি ওলাই গৈছিল। তেওঁৰ ভাতৃও আঘাতপ্ৰাপ্ত হৈছে।

আনহাতে, ৰোহিত গোদাৰা নামৰ এজন ব্যক্তিয়ে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰি ফেচবুকত তেওঁৰ বাৰ্তা পোষ্ট কৰে। তেওঁ নিজকে লৰেন্স বিষ্ণোই দলৰ সদস্য হিচাপেও নিজৰ পৰিচয় দিছে।

গেংষ্টাৰজনে এটা স্পষ্ট বাৰ্তাত কয় যে তেওঁলোকে আনন্দ পাল আৰু বলবীৰৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে ৰাজুক হত্যা কৰিছে। বলবীৰ বানুদা কাৰাগাৰৰ ভিতৰত এটা গেংৱাৰত নিহত হৈছিল। গোদাৰাই কৈছে যে এই হত্যা সেই ঘটনাটোৰ প্ৰতিশোধ। জানিব পৰা গৈছে যে বলবীৰ বানুদা আনন্দ পালৰ দলৰ সদস্য আছিল।

লগতে পঢ়ক: তামিলনাডুত ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ জন শ্ৰমিক

ইপিনে, দুৰ্বৃত্তক যাতে কৰায়ত্ত কৰিব পৰা যায় তাৰবাবে হাৰিয়ানা-ঝুনঝুনুৰা পথটো বন্ধ কৰি দিয়া হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজৰ পৰা চাৰিজন দুৰ্বৃত্তৰ সন্ধান আৰম্ভ কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd