• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰতিবাদৰ সমুখত নতশিৰ! ‘মৰেলিটি পুলিচ’ বাহিনী ভংগ ঘোষণা ইৰান প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2022 6:02 pm
Iran Morality Police
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত প্ৰচলিত মহিলাৰ সাজ-পোছাকৰ কঠোৰ নীতি উলংঘনৰ অভিযোগত ‘মৰেলিটি পুলিচ’ বাহিনীৰ অত্যাচাৰৰ পৰিণতিত মাহছা আমিনী নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰা ইৰানত প্ৰথমটো নৈতিক বিজয় লাভ কৰিছে প্ৰতিবাদী জনতাই।

যোৱা দুমাহ ধৰি প্ৰতিবাদত উত্তাল হৈ থকা দেশখনত অৱশেষত প্ৰতিবাদৰ সমুখত হাৰ মানি ‘মৰেলিটি পুলিচ’ বাহিনী ভংগ কৰা বুলি আজি ঘোষণা কৰিছে ইৰান প্ৰশাসনে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমে আজি এই খবৰ প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে, তেহৰাণত মৰেলিটি পুলিচে গ্ৰেপ্তাৰ কৰাৰ তিনিদিন পিছত যোৱা ১৬ ছেপ্টেম্বৰত ২২ বছৰীয়া ইৰানী যুৱতী মাহছা আমিনীৰ মৃত্যু হৈছিল। তাৰ পিছৰে পৰাই প্ৰতিবাদত নামি পৰিছিল দেশখনৰ যুৱতী-মহিলাসকল।

ক্ৰমাৎ এই প্ৰতিবাদে দেশখনৰ যুৱপ্ৰজন্মৰ পুৰুষসকলৰো সমৰ্থন লাভ কৰাৰ লগতে প্ৰতিবাদে দেশৰ সীমা অতিক্ৰম কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমৰ্থন লাভ কৰে। ইফালে এই প্ৰতিবাদ দমনৰ নামৰ কঠোৰ হৈ পৰিছিল ইৰান প্ৰশাসন।

দেশখনৰ আগশাৰীৰ সংবাদ সংস্থা ‘ইছনা’- ত প্ৰৱেশ এটৰ্নী জেনেৰেল মহম্মদ জাফৰ মন্টাজেৰীৰ উদ্ধৃতি অনুসৰি মৰেলিটি পুলিচৰ সৈতে দেশৰ ন্যায়পালিকাৰ কোনো সম্পৰ্ক নাই আৰু সেয়ে এই বিভাগটো ভংগ কৰা হৈছে।

এক ধৰ্মীয় সন্মিলনত তেওঁ এই মন্তব্য আগবঢ়ায়। আনুষ্ঠানিকভাৱে ‘গষ্ট-ই-এৰছাদ’ তথা “গাইডেন্স পেট্ৰ’ল” নামেৰে পৰিচিত এই মৰেলিটি পুলিচ বাহিনী ইৰানৰ কঠোৰপন্থী ৰাষ্ট্ৰপতি মাহমুদ আহমদিনেজাদৰ কাৰ্যকালত গঠন কৰা হৈছিল। ২০০৬ চনত ইয়াৰ ইউনিটসমূহে টহল আৰম্ভ কৰিছিল।

মহিলাক মূৰ ঢাকিবলৈ বাধ্য কৰোৱা মৰেলিটি পুলিচ বাহিনীক ভংগ কৰিবলৈ ইৰান প্ৰশাসন বাধ্য হোৱাৰ পিছত এয়া প্ৰতিবাদকাৰী জনতাৰ প্ৰাথমিক বিজয়ৰ লগতে দেশখনৰ মহিলাসকলৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত এক ঐতিহাসিক খোজ হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd