• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংগালুৰুত সংঘটিত ‘হিট এণ্ড ৰাণ’ দুৰ্ঘটনাত নিহত অসমৰ ৩ জন প্ৰব্ৰজনকাৰী শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 12:33 pm
114
VIEWS
Share on FacebookShare on Twitter

বাংগালুৰুৰ উপকণ্ঠৰ মায়াচন্দ্ৰাত মঙলবাৰে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়াৰ ফলত অসমৰ তিনিজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, অসমৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে কামৰ পিছত সোমবাৰে নিশা তেওঁলোকৰ ঘৰলৈ উভতি গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল। বাহনখনে খুন্দিওৱাৰ পিছতে শ্ৰমিককেইজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

লগতে পঢ়ক: প্ৰসিদ্ধ আমেৰিকান অভিনেত্ৰী-সংগীত শিল্পী জৰ্জিয়া হ’ল্টৰ দেহাৱসান

মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় পথচাৰীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃতদেহবোৰ ছিন্ন-ভিন্ন হৈ পৰিছিল আৰু ৰাস্তাটোত দেহৰ অংগবোৰ ছিটিকি পৰিছিল।

আটিবেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু মৃতদেহবোৰ আটিবেল চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিছিল।

লগতে পঢ়ক: ধৰা পৰিল জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা; সমগ্ৰ কৰ্ণাটকত জাৰি কৰা হৈছে সতৰ্কতা

প্ৰাথমিক অনুসন্ধানত কোৱা হৈছে যে বাহনখন হিট এণ্ড ৰান গোচৰত জড়িত আছিল। অপৰাধ সংঘটিত কৰাৰ পিছত চালকজনে ক্ষতিগ্ৰস্ত বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল। আৰক্ষীয়ে চালকজনৰ সন্ধান আৰম্ভ কৰিছে।

তেওঁলোকে মৃত ব্যক্তিসকলৰ বিষয়ে স্থানীয় লোকসকলৰ পৰা তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে। পৰৱৰ্তী অনুসন্ধান চলি আছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd