• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰা পৰিল জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা; সমগ্ৰ কৰ্ণাটকত জাৰি কৰা হৈছে সতৰ্কতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 10:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

First confirmed Zika virus patient in Karnataka কৰ্ণাটকত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনত এগৰাকী পাঁচ বছৰীয়া ছোৱালীৰ জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী কে সুধাকৰে কয় যে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো চৰকাৰে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশনাও জাৰি কৰা হ’ব বুলি তেওঁ জনায়।

ৰাইচুৰত জিকা ভাইৰাছৰ ঘটনা সন্দৰ্ভত সোধাত কে সুধাকৰে কয়, “আমি পুনেৰ এটা পৰীক্ষাগাৰৰ পৰা জিকা ভাইৰাছৰ নিশ্চিত ঘটনাৰ বিষয়ে এটা ৰিপ’ৰ্ট পাইছো। ৫ ডিচেম্বৰত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত ৮ ডিচেম্বৰত ৰিপ’ৰ্ট দিয়া হয়। তিনিটা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল যাৰ ভিতৰত দুটা নিগেটিভ আৰু এটা পজিটিভ আছিল। আমি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি আছো।

লগতে পঢ়ক: ‘বলীউডৰ পৰা বিতাড়িত কৰাৰ ষড়যন্ত্ৰ’! জেকলিনৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু নোৰা ফাতেহীৰ

Apply Now

সাংবাদিকৰ আগত তেওঁ কয় যে কেইমাহমান আগতে কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত জিকা ভাইৰাছৰ ঘটনা ধৰা পৰিছিল। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, “কৰ্ণাটকত এইটো প্ৰথম নিশ্চিত ঘটনা। ডেংগু আৰু চিকুনগুনিয়াৰ বাবে চিৰাম পৰীক্ষা কৰোঁতে এইটো সন্মুখলৈ আহিছে। সাধাৰণতে, ১০ শতাংশ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হয় যাৰ ভিতৰত এইটো পজিটিভ আহিছে।

উল্লেখ্য যে জিকা ভাইৰাছ ৰোগ সংক্ৰমিত এডিছ মহৰ কামোৰৰ জৰিয়তে বিয়পে, যিটো ডেংগু আৰু চিকুনগুনিয়াৰ দৰে সংক্ৰমণৰ বাবেও জনাজাত। ১৯৪৭ চনত উগাণ্ডাত প্ৰথমবাৰৰ বাবে ভাইৰাছটো চিনাক্ত কৰা হৈছিল।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত এতিয়ালৈকে জিকা ভাইৰাছৰ আৰু কোনো নতুন ঘটনা পোৱা হোৱা নাই আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।তেওঁ  লগতে কয় যে চৰকাৰে পৰিস্থিতিটো সাৱধানে নিৰীক্ষণ কৰি আছে।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত দুজন আৰক্ষী বিষয়াকে ধৰি নিহত ৬ জন

জিকা ভাইৰাছ প্ৰথমবাৰৰ বাবে ২০১৭ চনত ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পিছত আহমেদাবাদৰ পৰা জিকা ভাইৰাছ বিয়পাৰ খবৰ আহিছিল। সেই বছৰতে তামিলনাডুতো জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ খৱৰ পোৱা গৈছিল।

জিকা ভাইৰাছ এডিছ মহৰ জৰিয়তে বিয়পিছে। ভাইৰাছটো অতি সোনকালে বিয়পে। যদি জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তি এজনক এডিছ মহে কামোৰে, তেন্তে ভাইৰাছটো ইয়াৰ জৰিয়তেও বিয়পিব পাৰে। এনেদৰে জিকা ভাইৰাছ এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজনলৈ বিয়পি আছে।

লগতে পঢ়ক: বিস্ফোৰণত কঁপিল কাবুল; পাকিস্তানৰ পিছত এইবাৰ আফগানিস্তানতো জেহাদীৰ লক্ষ্য চীনৰ নাগৰিক

জিকা ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণবোৰ অতি মৃদু। অৱশ্যে, জটিলতাৰ ক্ষেত্ৰত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন হ’ব পাৰে। জিকাৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছে জ্বৰ, গাঁঠিৰ বিষ, পেশীৰ বিষ, মুৰৰ বিষ, আৰু বমি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd