• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ সময়সীমা বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 9:26 am
Gautam Navlakha Bhima Koregaon case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভীমা-কোৰেগাঁও গোচৰত অভিযুক্ত হৈ চাৰিটাকৈ বছৰ কাৰাগাৰত কটোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত চিকিৎসাজনিত কাৰণত গৃহবন্দীত্বৰ অনুমতি পোৱা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে নৱলাখাৰ গৃহবন্দীত্বৰ অন্তৱৰ্তীকালীন আদেশ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈকে বৃদ্ধি কৰে। ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰথনাৰ বিচাৰপীঠে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ গৃহবন্দীত্বৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশ গৃহীত কৰে।

Apply Now

উল্লেখ্য যে ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নৱলাখাক নিৰ্দিষ্ট চৰ্ত সাপেক্ষে এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল আৰু ৪৮ ঘণ্টাৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰী হ’ব লাগে বুলি উল্লেখ কৰিছিল।

কিন্তু নিৰাপত্তাৰ দোহাই দি তদন্তকাৰী সংস্থাই বাৰে বাৰে নৱলাখাৰ মুক্তি স্থগিত ৰাখিছিল। শুকুৰবাৰে নিয়াই নৱলাখাৰ গৃহবন্দীত্বৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত পুনৰ আৰ্জি জনাইছিল।

কিন্তু শীৰ্ষ আদালতে নিয়াৰ এইআবেদন নাকচ কৰিছিল আৰু কৌশলীভাৱে তেওঁৰ মুক্তিত বিলম্ব ঘটোৱা বুলি ভৰ্ৎসনা কৰিছিল। ১৮ নৱেম্বৰত শীৰ্ষ আদালতে গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ আদেশ ২৪ ঘণ্টাৰ ভিতৰত কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে লগতে গৌতম নৱলাখা গৃহবন্দী হৈ থাকিবলগীয়া অট্টালিকাটোত কিছু অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অৱশেষত ১৯ নৱেম্বৰত তালোজা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাইছিল নৱলাখা।

স্মৰ্তব্য যে ২০১৮ চনৰ ভীমা কোৰেগাঁওৰ হিংসাত্মক কাৰ্যত উচতনি যোগোৱাৰ লগতে মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নৱলাখা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd