• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰতে পৰীক্ষামূলকভাবে নিক্ষেপ কৰিলে পাৰমাণৱিক বোমা কঢ়িয়াই নিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2022 11:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পিছতেই যেন যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ উঠিছে ভাৰত।

বৃ্হস্পতিবাৰে ভাৰতে পৰীক্ষামূলকভাবে নিক্ষেপ কৰিলে পাৰমাণৱিক বোমা কঢ়িয়াই নিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল । কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে বৃহস্পতিবাৰে কৰা এই পৰীক্ষা সফল বুলি জানিবলৈ দিয়ে। সীমান্তত চীনৰ সৈতে উত্তেজনাৰ মাজতে নতুন দিল্লীয়ে নিজৰ সামৰিক সামৰ্থ্য দেখুৱাবলৈ এই পৰীক্ষা চলোৱা বুলি অনুমান কৰা হৈছে।

Apply Now

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোচিয়ে কয় যে বৃহস্পতিবাৰে ওড়িশাত অৱস্থিত আব্দুল কালাম দ্বীপৰ পৰা ‘অগ্নি-৫’ নামৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰা হয়।

এটা টুইটত প্ৰহ্লাদ যোশীয়ে কয় – অগ্নি-৫ ক্ষেপণাস্ত্ৰই ৫৪০০ কিলোমিটাৰ বা তাতকৈ অধিক দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে, “এই ক্ষেপণাস্ত্ৰই আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাত নতুন সামৰ্থ্যৰ সৃষ্টি কৰিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব।”

ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পূৰ্বে ভাৰত চৰকাৰে বংগোপসাগৰক ‘ন’ ফ্লাই জ’ন’ ঘোষণা কৰি অধিসূচনা জাৰি কৰিছিল। একে সময়তে এই ক্ষেপণাস্ত্ৰই চীনৰ যিকোনো ঠাইত আঘাত কৰিবলৈ সক্ষম বুলিও খবৰ ওলাইছিল। 

যোৱা সোমবাৰে ভাৰতীয় সেনাই এই সংঘৰ্ষত দুয়োপক্ষৰ জোৱান আহত হোৱা বুলি জানিবলৈ দিয়ে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কোনো ভাৰতীয় জোৱান গুৰুতৰভাৱে আহত হোৱা নাই। ঘটনাৰ লগে লগে দুয়োপক্ষৰ সৈন্য সীমান্ত অঞ্চলৰ পৰা আঁতৰি যায়।

২০২০ চনৰ জুন মাহত পূব লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হৈছিল। সেই সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল।  দশক দশক ধৰি চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা এই সংঘৰ্ষ আছিল আটাইতকৈ মাৰাত্মক সংঘৰ্ষ। তেতিয়াৰ পৰাই দুয়োখন দেশৰ সীমান্তত উত্তেজনা আৰম্ভ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd