• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অণ্ডকোষৰ বিষত চিকিৎসকৰ ওচৰ পালেগৈ যুৱক :: অণ্ডকোষৰ ভিতৰত ওলাল কি ?

চিকিৎসকে জনোৱা মতে, যেতিয়া যুৱকজন অণ্ডকোষৰ বিষত চিকিৎসালয়লৈ আহিছিল। তেতিয়া যুৱকজনৰ সোঁ অণ্ডকোষ ফুলি যোৱা দেখা গৈছিল। বিষ লগতে জ্বৰো আছিল যুৱকজনৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2022 7:46 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ এজন ২৬ বছৰীয়া যুৱকৰ অণ্ডকোষৰ বিষ হোৱাত নতুন দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ অণ্ডকোষত ধৰা পৰে এবিধ বিশেষ পৰজীৱি।

শেহতীয়াকৈ সেই চিকিৎসালয়খনৰ চিকিৎসকসকলে “নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন” নামৰ বৈজ্ঞানিক আলোচনীখনত সমগ্ৰ ঘটনাটো উল্লেখ কৰি গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। গৱেষণা পত্ৰখন প্ৰকাশ পোৱাৰ পিছতেই বিয়পি পৰিছে খবৰটো।

Apply Now

চিকিৎসকে জনোৱা মতে, যেতিয়া যুৱকজন অণ্ডকোষৰ বিষত চিকিৎসালয়লৈ আহিছিল। তেতিয়া যুৱকজনৰ সোঁ অণ্ডকোষ ফুলি যোৱা দেখা গৈছিল। বিষ লগতে জ্বৰো আছিল যুৱকজনৰ।

তেতিয়া চিকিৎসকলে ক্ষন্তেকীয়া আল্ট্ৰাছাউণ্ড টেষ্ট কৰাৰ সিদ্ধান্ত লয়। সেই পৰীক্ষাত দেখা যায় যে শৰীৰৰ তৰল পদাৰ্থ আৰু শ্বেত ৰক্তকণিকা পৰিবহণ কৰা অণ্ডকোষৰ লসিকা নলীত পোক-পৰুৱাৰ দৰে দেখা কিবা ঘূৰি ফুৰিছে।

তাৰপিছত কিছু পৰীক্ষাৰ অন্তত গম পোৱা গ’ল যে যুৱকজন ‘লিম্ফেটিক ফাইলেৰিয়াচিছ’ ৰোগত আক্ৰান্ত।  গ্রীষ্মমণ্ডলীয় আৰু বিষুৱীয় অঞ্চলত মহৰ কামোৰৰ দ্বাৰা এই ৰোগ বিয়পে।

কিন্তু সেই বস্তুটো কি আছিল যিটো নাচি থকা পোক-পৰুৱাৰ দৰে দেখা গৈছিল? চিকিৎসকে কয়, ইয়াক ‘ফিলাৰিয়াল ডান্স’ চিন বুলি কোৱা হয়। জীৱিত কৃমি লসিকা তন্ত্ৰৰ জৰিয়তে পেটৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ বিয়পিব পাৰে। আনকি বিয়পিব পাৰে অণ্ডকোষলৈকো।

চিকিৎসকে কয় যে যুৱকজন বৰ ভাগ্যৱান। কাৰণ তেওঁৰ ৰোগটো অতি কম সময়তে ধৰা পৰিছিল।

সেয়ে ৩ সপ্তাহ এন্টিপেৰাচাইট ঔষধ খোৱাৰ পিছত তেওঁ সুস্থ হৈ উঠিল আৰু পৰৱৰ্তী পৰীক্ষাত তেওঁৰ অণ্ডকোষত আৰু কোনো কৃমি পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd