• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ সংগীতানুষ্ঠান : মঙলদৈৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনস্থলীত নিৰাপত্তা বৃদ্ধি দৰং আৰক্ষীৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 27, 2018 7:38 pm
Jubeen
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈত পাঁচ দিনীয়াকৈ আয়োজিত ৰঙালী বিহু উদযাপনৰ আজি অন্তিম দিনৰ ৰাতিলৈ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কথা। অনুষ্ঠানটোত অশং গ্ৰহণ কৰিবলৈ যোৱা জুবিনৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে দৰং আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সদৌ ৰঙালী বিহু উদযাপন সমিতি, মঙলদৈৰ দ্বাৰা ইয়াৰ গান্ধী ময়দানত ৬৪ সংখ্যক ৰঙালী বিহু পাঁচ দিনীয়াকৈ উদযাপন কৰা হৈছে। আজি ইয়াৰ অন্তিম দিন।

মঙলদৈবাসীক বিহু আৰু জুবিনৰ সংগীতৰ সোৱাদ দিয়াৰ উদ্দেশ্যে আয়োজকে জনপ্ৰিয় গায়কজনক সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰিছে।

চহৰখনত জুবিনৰ সংগীতানুষ্ঠানৰ অতীতৰ ৰেকৰ্ড চাই আৰক্ষীয়ে গোট খাব পৰা বিপুল সংখ্যক দৰ্শকক নিয়ন্ত্ৰণ আৰু ছোৱালী জোকোৱা আদি ৰোধ কৰা তথা মহিলাৰ লগতে শিশুৰ নিৰাপত্তাৰ দিশ উন্নত কৰাৰ সিদ্ধান্ত লৈছে।

জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাৱিৰামে নিজেই এই নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰা বুলি জানিব পৰা গৈছে। “মঞ্চৰ বেৰাৰা যিকোনো ধৰণৰ আৱেষ্টনীৰ ভিতৰত যাতে কোনো অকৰ্তৃত্বশীল ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে। বাঁহ দি মহিলা আৰু শিশুসকল প্ৰৱেশ কৰাৰ সুকীয়া প্ৰৱেশ পথ দিয়া হৈছে। গোটেই পথাৰখনকে উপযুক্ত পোহৰৰ সৈতে চি চি টি ভিৰ নিৰীক্ষণত ৰখা হৈছে।” আৰক্ষী অধীক্ষকজনে কয়।

“তাৰোপৰি সশস্ত্ৰ আৰক্ষী জোৱান, মহিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী সমগ্ৰ চহৰখনতে উপযুক্ত সংখ্যাত মোতায়েন কৰা হৈছে। বিভিন্ন প্ৰৱেশ পথত তালাচী চলোৱা হৈছে। লগতে সম্ভাব্য যিকোনো প্ৰাকৃতিক দুৰ্ঘটনাত শিশু আৰু মহিলাৰ বাবে অস্থায়ী আশ্ৰয়স্থানৰ ব্যৱস্থা কৰা হৈছে।” আৰক্ষী অধীক্ষকজনে কয়।

উল্লেখযোগ্য যে যোৱাবছৰো বিহু উদযাপন অনুষ্ঠানত জুবিনে ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল আৰু বয়বস্তু ভঙা, ছোৱালী জোকোৱাকে ধৰি বিভিন্ন দুষ্কাৰ্য্য সংঘটিত হৈছিল। ডাঙৰকৈ অহা বৰষুণৰ সুবিধা লৈ দুষ্কৃতিকাৰীয়ে এইবোৰ সংঘটিত কৰিছিল।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd