• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আৰ্জেন্টিনাৰ হৈ বাজী লগাইছিল ১০ কোটি টকা : আৰ্জেন্টিনা জিকিল। কিন্তু নিজিকিল জুৱাৰী

ইয়াৰ পূৰ্বেও বৃহৎ পৰিমাণৰ ধন বাজি লগাই লোকচানৰ সমুখীন হৈছে। যোৱা মাহত ইউ এফ চিৰ খেলত ইজৰাইলৰ আডেছানিয়াৰ ওপৰত বাজি লগাই প্ৰায় ২ কোটি ২০ লাখ মাৰ্কিন ডলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 6:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

১৮ ডিচেম্বৰ নিশা কাটাৰৰ লুছাইল ষ্টেডিয়ামত ইতিহাস ৰচনা কৰে ফুটবলৰ মহানায়ক লিয়নেল মেছিয়ে। পেনাল্টি শ্বুটআউটত ফ্ৰান্সক পৰাস্ত কৰি ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাই আঁজুৰি আনে বিশ্বকাপৰ ট্ৰফী।

Apply Now

এই খেলখনত ১০ কোটি টকাৰ বাজি লগাইছিল আন্তৰ্জাতিক পৰ্যায়ৰ গায়ক ড্ৰেকে। চূড়ান্ত খেলখনত আৰ্জেন্টিনাৰ হৈ ১০ লাখ মাৰ্কিন ডলাৰ (যাৰ ভাৰতীয় মূল্য ১০ কোটি ৬০ লাখ) বাজি লগাইছিল কানাডিয়ান ৰেপাৰজনে। বিশ্বকাপত আৰ্জেন্টিনা জিকিল। কিন্তু জুৱা নিজিকিল ড্ৰেকে।

কিন্তু কিয় ?

যিহেতু ৯০ মিনিটৰ খেলখনত আৰ্জেণ্টিনাই ফ্ৰান্সৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। সেয়েহে ৰেপাৰ ড্ৰেক সন্মুখীন হ’বলগীয়া হ’ল এক বৃহৎ ক্ষতিৰ।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ড্ৰেকে জুৱা খেলা বজাৰখনত অতিৰিক্ত সময়ৰ ফলাফলৰ কথা বিবেচনা কৰা নহয়। ৯০ মিনিটত মেচখন জয়ী হ’লেহে স্ক’ৰ বৈধ বুলি গণ্য কৰা হয়। দেওবাৰে ৯০ মিনিটৰ অন্তত ২-২ গ’লত স্ক’ৰ হয়। প্ৰথম ৭৯ মিনিটত আৰ্জেণ্টিনাই ২-০ গ’লত অগ্ৰগতি লাভ কৰিছিল যদিও শেষ মুহূৰ্তত ফ্ৰান্সে এমবাপেৰ দুটা গ’লেৰে সমতা স্থাপন কৰে। অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধতো মেছিবাহিনীয়ে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। শেষত লিয়নেল মেছিৰ নীলা বগা দলটোৱে পেনাল্টি শ্বুটআউটত ফ্ৰান্সক ৪-২ গ’লৰ ব্যৱধানত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জয় কৰে।

যদি আৰ্জেণ্টিনাই নব্বৈ মিনিটৰ ভিতৰতে খেলখনত জয়ী হ’বলৈ সক্ষম হ’লহেঁতেন তেন্তে ড্ৰেকে জুৱা খেলি ১৭৫ লাখ মাৰ্কিন ডলাৰ লাভ কৰিলেহেঁতেন৷

উল্লেখ্য যে, ড্ৰেকে ইয়াৰ পূৰ্বেও বৃহৎ পৰিমাণৰ ধন বাজি লগাই লোকচানৰ সমুখীন হৈছে। যোৱা মাহত ইউ এফ চিৰ খেলত ইজৰাইলৰ আডেছানিয়াৰ ওপৰত বাজি লগাই প্ৰায় ২ কোটি ২০ লাখ মাৰ্কিন ডলাৰ হেৰুৱাইছিল গায়ক গৰাকীয়ে।

মন কৰিবলগীয়া যে কানাডাৰ চিটকম ‘ডেগ্ৰাছি’ত হাইস্কুলীয়া ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰি ছবি জগতত আত্মপ্ৰকাশ কৰিছিল ড্ৰেকে। বৰ্তমান ড্ৰেকৰ নেট ৱৰ্থ হৈছে ২৫ কোটি ডলাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm
বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd