• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকাক যৌন উৎপীড়ন, অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 7:43 am
184
VIEWS
Share on FacebookShare on Twitter

অভয়াপুৰী থানাৰ অন্তৰ্গত বাৰীপুখুৰী শালবাগানত কণমানি ছোৱালী এজনীক ধৰ্ষণ কৰাৰ অপৰাধত পাষণ্ড দিলীপ মণ্ডল ওৰফে দাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অভয়াপুৰীৰ বিশেষ আদালতে৷ ৫০হেজাৰ টকাৰ জৰিমনা অনাদায়ে তিনি বছৰৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান কৰে বিশেষ ন্যায়াধীশ উপেন কুমাৰ নাথে৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷

যৌনাংগৰ উৎকট বিষত তিনিদিনলৈ খোজ কাঢ়িব পৰা নাছিল তাই৷ ২০১৯ চনৰ ১৯ ছেপ্টেম্বৰত অভয়াপুৰী থানাত ৩৭৬ নং ধাৰাৰ অধীনত ৰুজু হয় ৬২৬ নম্বৰ গোচৰ৷ সংযোজন হয় শিশু নিৰ্যাতনৰ POCSO আইনৰ ৪নং ধাৰা৷ তদানীন্তন অ’চি দীপক বৈশ্যই জোৰদাৰ তদন্তৰ পাছত ২০২০ চনৰ ৩১ ডিচেম্বৰত চাৰ্জছীট দাখিল কৰে৷

উত্তৰ শালমাৰাৰ অভয়াপুৰীৰ বিশেষ আদালতে P22(A)/2021 নম্বৰত এই গোচৰ পঞ্জীভুক্ত কৰি POCSOৰ ৪ নম্বৰ ধাৰা সলনি কৰি ৬নম্বৰ ধাৰাৰ অধীনত বিচাৰ চলায়৷

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে মহামান্য আদালতে দিলীপ মণ্ডল ওৰফে দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও ৫০ হেজাৰ টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ কাৰাবাসৰ ৰায়দান কৰে৷

গোচৰীয়া পক্ষৰ হৈ ওকালতি কৰে চৰকাৰী বিশেষ অধিবক্তা গৌতম চৌধুৰীয়ে৷ পাষণ্ড দিলীপৰ বিৰুদ্ধে আদালতৰ এই ৰায়ৰ শলাগ লৈছে স্থানীয় ৰাইজ তথা দল সংগঠনে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd