• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমত ভয়াৱহ দুৰ্ঘটনা: পথৰ পৰা বাগৰি দ খাৱৈত পৰিল ভাৰতীয় সেনাৰ বাহন, ১৬ জোৱানৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 4:54 pm
16 Army jawans killed in Sikkim
213
VIEWS
Share on FacebookShare on Twitter

পাহাৰীয়া ৰাজ্য ছিকিমত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। ভাৰতীয় সেনাবাহিনীৰ এখন বাহন যাত্ৰাৰত অৱস্থাত পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১৬ গৰাকী জোৱানে।

এই শোকাৱহ দুৰ্ঘটনাত আন চাৰিগৰাকী জোৱান আহত হৈছে। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জেমা ৩- ত পুৱা প্ৰায় ৮ বজাত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়।

মুঠ ২০ গৰাকী সেনা জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ বাহনখনে সীমান্তৰ শিবিৰসমূহৰ দিশে গৈ আছিল বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

জেমা ৩ অঞ্চলত বক্ৰ পথেৰে গৈ থকা অৱস্থাত বাহনখন পথৰ পৰা পিছলি যায় আৰু শ শ ফুট তললৈ বাগৰি পৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়।

দুৰ্ঘটনাৰ পাছতে তৎকালীনভাৱে চলোৱা উদ্ধাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা মুঠ ১৬ মৃতদেহ উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত চাৰিজন সেনা জোৱানৰ স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

উদ্ধাৰ হোৱা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ চৰকাৰী এছ.টি.এন.এম হাস্পতাললৈ লৈ যোৱা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ কেইটা সেনাবাহিনীক গতাই দিয়া হ’ব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd