• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰত নিহত চাৰি সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 2:40 pm
4 Terrorists Killed In Jammu
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত অব্যহাত আছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। বিগত সময়চোৱাত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ অভিযানত ভালেসংখ্যক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে তথা আটক হৈছে।

নিৰাপত্তাৰক্ষীৰ এনে এক অভিযানত আজি পুৱা জম্মুৰ উপকণ্ঠ অঞ্চলত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে পুনৰ চাৰিগৰাকী সন্ত্ৰাসবাদী।

Apply Now

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এখন ট্ৰাকৰ সন্দেহজনক গতিবিধিৰ বাবে নিৰাপত্তাৰক্ষীয়ে ট্ৰাকখন পৰীক্ষা কৰাৰ বাবে ৰখায় আৰু সেই মুহূৰ্ততে ট্ৰাকৰ ভিতৰত থকা সন্ত্ৰাসবাদী সদস্য কেইগৰাকীয়ে গুলীচালনা কৰে।

লগে লগে নিৰাপত্তাৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু গুলীবৰ্ষণত চাৰি গৰাকী সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে গুলীবৰ্ষণৰ ফলত ট্ৰাকখনত জুই লাগ আৰু জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন লগে লগে ঘটনাস্থলীলৈ মাতি নিয়া হয়।

ঘটনা সন্দৰ্ভত জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, “এলেকাটোত এখন ট্ৰাকৰ অস্বাভাৱিক গতিবিধি লক্ষ্য কৰা হৈছিল। সন্দেহবশত: আৰক্ষীয়ে চেক প’ষ্টত ট্ৰাকখন পৰীক্ষাৰ বাবে ৰখায়।”

“সুৰক্ষা বাহিনীয়ে ট্ৰাকখনত তালাচী আৰম্ভ কৰাৰ লগে লগে ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যাক্ৰমণ স্বৰূপে নিৰাপত্তাৰক্ষীয়ে কৰা গুলীবৰ্ষণত আটাইকেইগৰাকী সন্ত্ৰাসবাদী নিহত হয়।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী কেইগৰাকী নিহত হ’লেও সংঘৰ্ষৰ সময়ত ট্ৰাকখনৰ চালকগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ সন্ধানত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে।

জ্বলি যোৱা ট্ৰাকখনৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিছে। তেওঁৰ ভাষ্য মতে ট্ৰাকখনত ৭ টা এ কে ৰাইফল, এটা এম ৪ কাৰবাইন, তিনিটা পিষ্টল আৰু অন্যান্য গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ থকাৰ সময়তে পুৱা প্ৰায় ৭ বজাত এই এনকাউণ্টাৰৰ সূত্ৰপাত হয়। এনকাউণ্টাৰৰ পিছতে সমগ্ৰ অঞ্চলটো ছীল কৰি ঘাইপথৰ কাষৰ যাতায়ত পৰিবহণ বন্ধ কৰি দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd