• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেৰ চিৰবিদায়; কি লিখিলে সাম্প্ৰতিক বিশ্ব ফুটবলৰ মহাতাৰকা মেছিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2022 10:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কিংবদন্তীৰ বিদায়। ফুটবল সম্ৰাট পেলেৰ সম্পৰ্কত এই বিশেষণ ব্যৱহাৰ কৰাৰ বিকল্প অৱশ্যে নাই। তিনিটা বিশ্বকাপ জয় কৰা পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে ফুটবল জগত। বৃহস্পতিবাৰে গভীৰ নিশা মহানায়কগৰাকীয়ে চিৰবিদায় মাগিলে।

কিংবদন্তি পেলেৰ মৃত্যুত সাম্প্ৰতিক ফুটবল বিশ্বৰ অন্যতম মহাতাৰকা লিঅ’নেল মেছিয়ে শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: বিদায়, দ্য কিং অৱ জগ’ বনিট’…….

Apply Now

বিশ্বকাপ শেষ হৈছে মাথোঁ। দীঘলীয়া অপেক্ষাৰ পিছত ট্ৰফী স্পৰ্শ কৰিছে মেছিয়ে। বিশ্বকাপ বিজয়ী এজন ফুটবলাৰে তিনিবাৰৰ বিশ্বকাপ বিজয়ীৰ মৃত্যুৰ পিছত লিখিছে, “শান্তিত থাকক।” মেছিয়ে তেওঁৰ আৰু পেলেৰ দুখন ফটোও পোষ্ট কৰিছে। গ’ল কৰাৰ পিছত পেলেৰ উত্তেজনাৰ ছবি।

এটা সময় আছিল যেতিয়া পেলেৰ মুখত মেছিৰ বিষয়ে প্ৰশংসা শুনা নগৈছিল। আনকি পেলেই ভাবিছিল যে নেইমাৰ মেছিতকৈ ভাল ফুটবল খেলুৱৈ।

পেলেই এক অনুষ্ঠানত কৈছিল, “সকলোৱে মেছিৰ বিষয়ে কথা পাতি আছে। তেওঁ এজন তাৰকা। কিন্তু যদি মেছি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হ’ব লাগে, তেন্তে প্ৰথমে তেওঁ নেইমাৰৰ তুলনাত ভাল হ’ব লাগিব।‘’

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

কিন্তু আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত পেলেই মেছিৰ প্ৰশংসা কৰে। চিকিৎসালয়ৰ পৰা তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল, “আন কালৰ দৰেই ফুটবলে ইয়াৰ কাহিনী কোৱা অব্যাহত ৰাখিছে। এক অতি আকৰ্ষণীয় কাহিনী কৈছে ফুটবলে। মেছিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জিকিছে। তেওঁৰ ফুটবলৰ যি সময় তাত এয়া যোগ্য আছিল। অভিনন্দন আৰ্জেণ্টিনা। ডিয়েগো (মাৰাডোনা) এতিয়া নিশ্চয় হাঁহি আছে।‘’ তেওঁ লিখনিৰ সৈতে মেছিৰ আনন্দৰ এখন ছবিও দিছিল।

Leo Messi on Instagram: Rest in Peace, Pelé. pic.twitter.com/4pv4mTKZHB

— Leo Messi 🔟 Fan Club (@WeAreMessi) December 29, 2022

২০২১ চনৰ পৰা অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে। কাটাৰ বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত ২৯ নৱেম্বৰত তেওঁক চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ডিচেম্বৰৰ ২২তাৰিখে, কৰ্কট ৰোগৰ যন্ত্ৰণা হঠাতে বৃদ্ধি পাইছিল। পেলেই এই বছৰ চিকিৎসালয়তে বৰদিন কটাইছিল।

লগতে পঢ়ক:১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী; মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পেলেৰ কন্যা কেলীয়ে তাইৰ অসুস্থ দেউতাকক বিচনাত আলিঙ্গন কৰা এখন ফটো পোষ্ট কৰিছিল। তেওঁৰ পুত্ৰ এডিচনও শনিবাৰে চিকিৎসালয়ত উপস্থিত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকল যোৱা কেইদিনমান ধৰি চিকিৎসালয়ত তেওঁৰ কাষত আছিল। কিন্তু সকলো শেষ হৈ আহিছিল। চিকিৎসকসকলে ফুটবল সম্ৰাটক আৰোগ্য কৰি তুলিব নোৱাৰিলে। সীমাহীন অনুৰাগীৰ মন ব্যথিত কৰি অজান দেশলৈ গুচি গ’ল পেলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd