• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুটবলৰ কিংবদন্তী পেলেৰ মহাপ্ৰয়াণ : মাতৃয়ে নাজানে পুত্ৰৰ বিয়োগৰ কথা

পেলেৰ মাকক চোৱা-চিতা কৰিছিল পেলেৰ ভগ্নী মাৰিয়া লুচিয়াই। পেলেৰ ভগ্নী মাৰিয়াই জনাইছে যে -, "আমি দাদাৰ মৃত্যুৰ কথা মাক জনাইছিলোঁ।” কিন্তু এই কথাটোৰ গুৰুত্ব তেওঁ বুজিব পৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 10:30 pm
117
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন কৰ্কটত ৰোগত আক্ৰান্ত হৈ থকা কিংবদন্তী ফুটবলাৰ পেলেই জীৱনৰ সৈতে হাৰ মানি যোৱা ২৯ ডিচেম্বৰৰ দিনা শেষ নিদ্ৰাক আকোঁৱালি ল’লে। শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাৰ বাবে ২৯ নৱেম্বৰত ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তাৰকা ফুটবলাৰগৰাকীক।

২৯ ডিচেম্বৰ বৃহস্পতিবাৰে চিকিৎসালয়ৰ বিচনাত শেষ উশাহ লৈছিল ফুটবলৰ সম্ৰাটগৰাকীয়ে। পেলেৰ মৃত্যুৰ সময়ত জীৱিত আছিল পেলেৰ মাতৃ।

হয়তো আজিও পেলেৰ ১০০ বছৰীয়া মাতৃয়ে হয়তো নাজানে পুত্ৰৰ মৃত্যুৰ কথা। মাতৃয়ে নাজানে যে তেওঁৰ পুত্ৰ আৰু নাই। এই খবৰ প্ৰকাশ কৰিছে সংবাদ সংস্থা দ্য মিৰৰে।

দ্য মিৰৰে প্ৰকাশ কৰিছে যে পেলেৰ মৃত্যুৰ কথা মাকক কোৱা হোৱা নাছিল। পিছত তেওঁ সেই খবৰটো লাভ কৰিছিল যদিও বাৰ্ধক্যজনিত কাৰণৰ বাবে তেওঁ সেই খবৰৰ গুৰুত্ব বুজিব পৰা নাছিল।

পেলেৰ মাকক চোৱা-চিতা কৰিছিল পেলেৰ ভগ্নী মাৰিয়া লুচিয়াই। পেলেৰ ভগ্নী মাৰিয়াই জনাইছে যে -, “আমি দাদাৰ মৃত্যুৰ কথা মাক জনাইছিলোঁ।” কিন্তু এই কথাটোৰ গুৰুত্ব তেওঁ বুজিব পৰা নাছিল।

মাৰিয়াই লগতে ক’লে যে, ‘যেতিয়া মই পেলেৰ মৃত্যুৰ কথা মাক ক’লোঁ আৰু ক’লোঁ যে  ‘তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।’ কিন্তু মই কোৱা কথাখিনি বুজিবলৈ মাৰ চেতনা নাছিল।

কিছুদিন পূৰ্বে মাতৃৰ ১০০ বছৰীয়া জন্মদিনত পেলেই মাতৃৰ সৈতে থকা এখন ছবি পোষ্ট কৰি ছ’চিয়েল মিডিয়াত লিখিছিল – ‘আজি আমি চেলেষ্টেৰ জীৱনৰ ১০০ বছৰ উদযাপন কৰিছোঁ।

উল্লেখ্য যে সৰুৰে পৰাই মাতৃয়ে পেলেক প্ৰেম আৰু শান্তিৰ প্ৰকৃত গুৰুত্ব শিকাইছিল। এই কথা উক্ত আপডেটটোত উল্লেখ কৰি মাতৃক ধন্যবাদ জনাইছিল ফুটবলাগৰাকীয়ে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd