• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰাপত্তাত গাফিলতি! দেশখনৰ শীৰ্ষ সামৰিক বিষয়াক বৰ্খাস্ত কৰিলে কিম জং উনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 5:59 pm
116
VIEWS
Share on FacebookShare on Twitter

Kim Jong Un sacks second most powerful military official উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং-উনে দেশখনৰ এগৰাকী শীৰ্ষ সামৰিক বিষয়াক বৰ্খাস্ত কৰিছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। সামৰিক বিষয়াগৰাকী দেশখনৰ সামৰিক বাহিনীৰ শীৰ্ষ ২ নম্বৰ স্থানত কাৰ্যনিৰ্বাহ কৰিছিল।

দেশৰ ৰাজ্যিক সংবাদ মাধ্যমৰ উদ্ধৃতি দি প্ৰকাশ কৰা এই বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ পাক জং-চোনক অব্যাহতি দিয়া হৈছে। তেওঁৰ ঠাইত ৰি ইয়ং গিলক দায়িত্ব দিয়া হৈছে।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে বিশ্বব্যাপী মন্দাৱস্থাৰ পূৰ্বাভাস কৰিলে আইএমএফে

শাসনাধিষ্ঠিত ৱৰ্কৰ্ছ পাৰ্টিৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেচিএনএয়ে দেওবাৰে এই বিষয়ে বাতৰি দিছিল।

অৱশ্যে, কি কাৰণত শীৰ্ষ বিষয়াজনক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে  সেই বিষয়ে উত্তৰ কোৰিয়াই আৰু কোনো তথ্য প্ৰদান কৰা নাই। 

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰাথনাৰ মতে ‘বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আছিল অসাংবিধানিক’

বিশেষজ্ঞসকলৰ মতে নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ বাবে পাকক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে।

Recent News

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd