• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ: টিউচনৰ পৰা উভতাৰ পথতে অপহৰণ কৰি নি বলাৎকাৰ পাঁচ দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 5:27 pm
gang-raped in Bihar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত নাৰীজনিত অপৰাধৰ ক্ৰমবৰ্ধমান পৰিস্থিতিয়ে দাঙি ধৰিছে নাৰী সুৰক্ষাৰ নিশকতীয়া ৰূপ। দেশৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে সংঘটিত ধৰ্ষণ কাণ্ডই উদ্বেগ বৃদ্ধি কৰাৰ সময়তে এইবাৰ বিহাৰত সংঘটিত এক দলবদ্ধ ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

এই নৃশংস কাণ্ড সংঘটিত হৈছে সোমবাৰে। এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধিয়া টিউচনৰ অন্তত ঘৰলৈ উভতি অহাৰ পথতে পাঁচ দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

ছাত্ৰীগৰাকীয়ে ৰামানুজ কোচিং চেণ্টাৰত টিউচন কৰি ঘৰলৈ গৈ থকা অৱস্থাতে সন্ধিয়া প্ৰায় ৬:৩০ বজাৰত পাঁচ দুৰ্বৃত্তই কিশোৰীগৰাকীক অপহৰণ কৰি এখন অটোৰিক্সাত জাল্লাৰ স্থানীয় এক হনুমান মন্দিৰৰ কাষৰ জনশূন্য স্থানলৈ লৈ যায়।

তাৰ পাছতে পাঁচ দুৰ্বৃত্তই উপৰ্যুপৰি বলাৎকাৰ কৰে কিশোৰীগৰাকীক। এই নৃশংস আতিশয্যৰ পিছতে অচেতন হৈ পৰে কিশোৰীগৰাকী। ইফালে বলাৎকাৰৰ পিছতে অচেতন কিশোৰীগৰাকীক শনি মন্দিৰৰ কাষত পেলাই থৈ পলায়ন কৰে অভিযুক্তই।

ঘটনাৰ কিছু সময়ৰ পাছত কিশোৰীগৰাকীয়ে চেতনা লাভ কৰে আৰু ঘৰলৈ যাবলৈ সক্ষম হয়। নিজ গৃহত উপস্থিত হৈ কিশোৰীগৰাকীয়ে পিতৃ-মাতৃৰ আগত সকলো কথা বিৱৰি কয় আৰু এই ভাষ্যৰ ভিত্তিত পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই ভয়ংকৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় প্ৰতিবাদৰ। ক্ষুব্ধ স্থানীয় ৰাইজে অভিযুক্ত চক্ৰটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

অৱশ্যে এই পৰ্যন্ত এই ঘটনাৰ লগত জড়িত কেৱল চালকজনকহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আন চাৰি অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd