• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিমানৰ বিজনেছ ক্লাছত মহিলা যাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন; অসভ্য ‘ভদ্ৰলোক’ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব দিল্লী পুলিচে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে যে এয়াৰ ইণ্ডিয়াৰ এখন উৰন্ত বিমানৰ বিজনেছ ক্লাছত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন কৰি চাঞ্চল্যৰ সৃষ্টি কৰা ব্যক্তিজন মুম্বাইৰ বাসিন্দা আৰু তেওঁক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। দিল্লী আৰক্ষীয়ে কয় যে ব্যক্তিগৰাকী মুম্বাইৰ বাসিন্দা যদিও তেওঁৰ সম্ভাৱ্য স্থিতি আন ৰাজ্যত দেখুৱাইছে আৰু আৰক্ষী ইতিমধ্যে তাত উপস্থিত হৈছে। আমি শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰিম।

অভিযুক্ত ব্যক্তিগৰাকীক শংকৰ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত মিশ্ৰই ভাৰতৰ ওৱেলছ ফাৰ্গোৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইতিমধ্যে তেওঁক ৩০ দিনৰ বাবে বিমান চলাচলত বাধা দিয়া হৈছে।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ এখন উৰন্ত বিমানৰ ভিতৰত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন কৰি চাঞ্চল্যৰ সৃষ্টি কৰে এক সুৰাপায়ী ব্যক্তিয়ে। সম্প্ৰতি পোহৰলৈ অহা এই ঘটনা সংঘটিত হৈছিল যোৱা বৰ্ষৰ নৱেম্বৰ মাহত। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মহিলাগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰে ব্যক্তিগৰাকীয়ে।

Apply Now

লগতে পঢ়ক: শ্বুটিং সম্পূৰ্ণ হোৱাই নাই, ১০০ কোটি টকাত বিক্ৰী হ’ল দক্ষিণৰ চলচ্চিত্ৰৰ হিন্দী স্বত্ব!

কিন্তু বিমান অৱতৰণৰ পাছত এই ঘটনা সংঘটিত কৰা ব্যক্তিগৰাকী কোনো ধৰণৰ ব্যৱস্থাৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায়। এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াই ভদ্ৰলোকৰ মুখাপিন্ধা ব্যক্তিগৰাকীক ন’ ফ্লাই লিষ্টত স্থান দিবলৈ পৰামৰ্শ দিছিল।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ঘটনা সন্দৰ্ভত বিমান সংস্থা এয়াৰ ইণ্ডিয়াক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সঞ্চালকালয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ এনে দুষ্কাৰ্যৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গাফিলতি কৰাৰ প্ৰমাণিত হোৱা বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে উল্লেখ কৰিছিল।

জানিব পৰা মতে, ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰা যাত্ৰীগৰাকীয়ে ৭০ বৰ্ষীয় মহিলা সহযাত্ৰী গৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক: আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত

মহিলাগৰাকীয়ে বিমানৰ কৰ্মচাৰীসকলক এই ঘটনাৰ অভিযোগ কৰি তেওঁৰ কাপোৰ, জোতা, বেগ প্ৰস্ৰাৱত তিতি যোৱা বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ অভিযোগৰ পিছত বিমান কৰ্মচাৰীসকলে তেওঁক আন কাপোৰ আৰু চেণ্ডলৰ যোগান ধৰে আৰু নিজ আসনলৈ উভতি যাবলৈ কয়।

বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত অভিযুক্ত সুৰাপায়ী যাত্ৰীগৰাকীয়ে তেওঁৰ এই দুষ্কাৰ্যৰ কোনো শাস্তিৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায় বুলি অভিযোগ উঠিছিল। বাতৰি অনুসৰি, মহিলাগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতহে বিমান সংস্থাটোৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে মহিলাগৰাকীয়ে পত্ৰখনত আন এক অভিযোগো উত্থাপন কৰিছিল। এই অভিযোগ অনুসৰি তেওঁ প্ৰস্ৰাৱ পৰি থকা আসনখনত বহিব নিবিচৰাৰ বাবে তেওঁক বিমানৰ ক্ৰু চিট দিয়া হৈছিল। কিন্তু এঘণ্টাৰ পাছত ক্ৰু’ৱে তেওঁক চাদৰেৰে ঢাকি থোৱা পূৰ্বৰ আসনলৈ উভতি যাবলৈ কৈছিল।

লগতে পঢ়ক:তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

প্ৰস্ৰাৱৰ গোন্ধ ওলাই থকা আসনখনত ক্ৰুৱে বীজাণুনাশক স্প্ৰে’ কৰি দিয়ে যদিও তেওঁ আসনখনত বহিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰিছিল আৰু অৱশেষত তেওঁক আন এখন আসন দিয়া হয় মহিলাগৰাকীয়ে লগতে বিজনেছ ক্লাছৰ বহু আসন খালী হৈ থকাৰ পিছতো তেওঁক আন এখন আসন দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছিল।

এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজনেছ ক্লাছত যোৱা লোকসকলক আভিজাত্যশীল ধনাঢ্য ব্যক্তি হিচাপে জনা যায় যদিও এনে বহু ভদ্ৰলোকৰ মুখাৰ আঁৰত থকা জঘন্য মুখখন কেতিয়াবা খোল খাই পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd