• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত গ’লফ ক্ৰীড়াৰ জাগৰণৰ লক্ষ্য: ৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 2:21 pm
Borbhag golf competition
127
VIEWS
Share on FacebookShare on Twitter

অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৮ জানুৱাৰীত তেজপুৰৰ সেনা গ’লফ কোৰ্চত অনুষ্ঠিত হ’ব দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা।

উল্লেখ্য যে অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই নন-আৰ্মি গ’লফ প্ৰতিযোগিতাৰ বাবে সেনাৰ গ’লফ খেলপথাৰ মুকলি কৰিছে।

বৰভাগ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সন্মানীয় প্ৰতিযোগিতা। সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ পৰা সাতটা ভিন্ন গ’লফ ক্লাবৰ পৰা মুঠ ১০০ জন গ’লফাৰে অংশগ্ৰহণ কৰিছে এই দিনজোৰা প্ৰতিযোগিতাত।

প্ৰতিযোগিতাৰ আয়োজক অনিৰুদ্ধ গোস্বামীয়ে জনোৱা অনুসৰি দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৭ টা গ’লফ ক্লাবে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখনত ভাগ ল’বলগীয়া ক্লাবকেইটা হৈছে ক্ৰমে গুৱাহাটী ৰে’লৱে, গুৱাহাটী ৰেপটা, অ’এনজিচি নাজিৰা, ডিমাপুৰ ক্লাব, তেজপুৰ জিটিএ ক্লাব, যোৰহাট জিমখানা ক্লাব আৰু মিছা প’ল’ ক্লাবে।

প্ৰতিযোগিতা সম্পৰ্কে মন্তব্য কৰি অনিৰুদ্ধ গোস্বামীয়ে কয় যে গ’লফ এতিয়া অলিম্পিকত অন্তৰ্ভুক্ত হোৱা খেল। সেয়ে উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাটো বৰভাগ কাপৰ মূল উদেশ্য বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে ২০২১ চনৰ ৩ জানুৱাৰীত অসমৰ মিছা পলো ক্লাবৰ প্ৰাংগনত প্ৰথমবাৰৰ বাবে বৰভাগ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

৭টা দলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মনোৰঞ্জন তালুকদাৰ, এইচ ধালিয়াল, চন্দন শইকীয়া, সঞ্জয় গাৰ্গ, জাকিৰ হুছেইনৰ দ্বাৰা গঠিত মিছা পলো ক্লাবে যোৰহাটৰ জিমখানাক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd