• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰাজকোটত নিশাই সূৰ্যোদয়! নৱোদিত ‘মিষ্টাৰ ৩৬০°’ৰ ফুলজাৰিত চমকিত ক্ৰিকেট বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 9:12 pm
India vs Sri Lanka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মিষ্টাৰ ৩৬০°’! ক্ৰিকেট বিশ্বত এই অভিধাৰে জনপ্ৰিয় হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মহাতাৰকা এবি ডে ভিলিয়াৰ্চ। বেটিং ক্ৰীজত থিয় হৈ খেলপথাৰৰ চাৰিওফালে নিৰ্দয় প্ৰহাৰ কৰাৰ সক্ষমতাৰ বাবে ভিলিয়াৰ্চক ক্ৰিকেট জগতত ‘মিষ্টাৰ ৩৬০°’ নামেৰে অভিহিত কৰা হৈছিল।

ক্ৰিকেটৰ পৰা ভিলিয়াৰ্চৰ অৱসৰৰ পাছত পুনৰ ক্ৰিকেটলৈ আগমন ঘটিছে আন এগৰাকী ‘মিষ্টাৰ ৩৬০°’ৰ। এই নতুন ‘মিষ্টাৰ ৩৬০°’ গৰাকী আন কোনো নহয়, সাম্প্ৰতিক ভাৰতীয় দলৰ বেটিং ক্ৰমৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা সূৰ্যকুমাৰ যাদৱ।

Apply Now

ইতিমধ্যে যাদৱক ক্ৰিকেট বিশেষজ্ঞ সকলে ক্ৰিকেট জগতৰ নৱ আৱিষ্কাৰ বুলি স্বীকৃতি দিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰ যাদৱে ভাৰতীয় মিডল অৰ্ডাৰক এক নতুন শক্তি প্ৰদান কৰিছে।

তাৰকা বেটাৰগৰাকীৰ বেটিং বিক্ৰমে পুনৰ এবাৰ চমকিত কৰি তুলিছে ক্ৰিকেট বিশ্বক। শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ আজি ৰাজকোটত চলি থকা অন্তিম তথা নিৰ্ণায়ক মেচত যাদৱৰ চমৎকাৰী বেটিঙৰ সহায়েৰে ভাৰতে থিয় কৰাইছে ২২৯ ৰানৰ বিশাল স্ক’ৰ।

টছত জয়ী হৈ ভাৰতীয় অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ইনিংছৰ প্ৰথমটো অভাৰতে উজুটি খায় ভাৰতে। অভাৰৰ চতুৰ্থটো বলতে ১ ৰান সংগ্ৰহ কৰিয়ে বিদায় লয় অপেনাৰ ঈষাণ কিষণে।

ইয়াৰ পিছতে অৱশ্যে শুভমন গিল আৰু ৰাহুল ত্ৰিপাঠীয়ে দলীয় স্ক’ৰ ৫০ ৰানলৈ আগবঢ়াই নিয়ে। ত্ৰিপাঠীয়ে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ১৬ বলত ৫ টা চাৰি আৰু ২ টা ছয়েৰে ৩৫ ৰান সংগ্ৰহ কৰি বিদায় লয়।

ইয়াৰ পিছতে ক্ৰীজলৈ অহা সূৰ্যকুমাৰ যাদৱে অপেনাৰ গিলৰ সৈতে তৃতীয় উইকেটত যোগ দিয়ে ১১১ ৰান। দুয়ো আক্ৰমণাত্মক বেটিঙেৰে ভাৰতীয় ইনিংছ আগুৱাই নিয়াৰ সময়তে গিল ৩৬ বলত ২ টা ৪ আৰু ৩ টা ছয়েৰে ৪৬ ৰান কৰি আউট হয়।

ব্যৰ্থ হয় অধিনায়ক পাণ্ডিয়া (৪) আৰু দীপক হুদা (৪)। অৱশ্যে এইদৰে উইকেট পতনৰ পাছতো আনটো মূৰত বেটিং তাণ্ডৱ অব্যাহত ৰাখে যাদৱে। আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰৰ তৃতীয়টো শতক অৰ্জন কৰা যাদৱে ৫১ বলত ৭ টা চাৰি আৰু ৯ টা ছয়েৰে ১১২ ৰানৰ এক বিস্ফোৰক ইনিংছেৰে অপৰাজিত হৈ ৰয়।

যাদৱলৈ যোগ্য সহযোগিতা আগবঢ়াই অলৰাউণ্ডাৰ অক্ষৰ পেটেলে ৯ টা বলত ৪ টা চাৰিৰে ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। দুয়োৰে এই বিধ্বংসী বেটিং প্ৰকোপত ভাৰতে শ্ৰীলংকাৰ সমুখত থিয় কৰায় ২৩০ ৰানৰ বিশাল লক্ষ্য।

ইফালে এই বিশাল লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকায়ো এক সুদৃঢ় আৰম্ভণি ঘটাইছে। এইমুহূৰ্তলৈকে দলৰ অপেনাৰদ্বয় পাথুম নিচাংকা আৰু কুশল মেণ্ডিছে কোনো হানি নঘটাকৈ ৪ অভাৰত ৩৭ ৰান যোগ দিছে।

নিচাংকাই ১১ বলত ১০ ৰান আৰু মেণ্ডিছ ১৩ বলত ২২ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে। হাতত সম্পূৰ্ণ ১০ টা উইকেট সুৰক্ষিত থকা অৱস্থাত শ্ৰীলংকাক মেচ তথা শৃংখলা জয়ৰ বাবে ১৯২ ৰানৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd