• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদৰ অভিযোগ! আৰু দুজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিলে ইৰানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 8:18 am
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণে আৰ দুজন প্ৰতিবাদকাৰী মহম্মদ মেহেদী কাৰামি আৰু চৈয়দ মহম্মদ হুছেইনীক মৃত্যুদণ্ড দিছে। তেওঁলোকক শনিবাৰে ৰাতিপুৱা মৃত্যুদণ্ড দিয়া হয়।

কাৰামি আৰু হুছেইনীৰ বিৰুদ্ধে যোৱা বছৰ ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁলোকক ইৰাণৰ অৰ্ধসামৰিক বাহিনীৰ এজন সদস্য চৈয়দ ৰুহোল্লাহ আজমিয়ানক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। ৰুহোল্লাহ আজামিয়ানক যোৱা বছৰৰ ৩ নৱেম্বৰত কাৰাজ চহৰত হত্যা কৰা হৈছিল।

আৰক্ষীৰ জিম্মাত থকা এগৰাকী কুৰ্দি ছোৱালী মাছা আমিনীৰ মৃত্যুক লৈ ১৬ ছেপ্টেম্বৰত সমগ্ৰ ইৰাণত প্ৰতিবাদ আৰম্ভ হৈছিল। ইৰাণৰ নিৰাপত্তা বাহিনীৰ ডজন সংখ্যক সদস্যকে ধৰি সহস্ৰাধিক প্ৰতিবাদকাৰী নিহত হয়।

Apply Now

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

কাৰামিৰ অধিবক্তা মহম্মদ হোচেই আগাছিয়ে শনিবাৰে টুইটাৰত কয় যে তেওঁ তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ আগতে তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিব বিচাৰিছিল। কিন্তু তেওঁক অনুমতি দিয়া হোৱা নাছিল। তদুপৰি, কাৰামিয়ে বুধবাৰৰ পৰা আমৰণ অনশনত আছিল কিয়নো তেওঁক গোচৰটোৰ বিৰুদ্ধে যুঁজিবলৈ  উকীল নিযুক্ত কৰাৰ অনুমতি দিয়া হোৱা নাছিল। 

কাৰামিৰ বয়স ২১ বছৰ। তেওঁ এজন চেম্পিয়ন কাৰাটে খেলুৱৈ আছিল। যোৱা  ডিচেম্বৰত  তেওঁৰ মৃত্যুদণ্ডৰ ৰায়ৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰৰ জীৱন ভিক্ষা বিচাৰি ছচিয়েল মিডিয়াৰ সহায় লৈছিল। কাৰামিৰ পিতৃয়ে কৈছিল, “অনুগ্ৰহ কৰি মোৰ পুত্ৰক মৃত্যুদণ্ড দিয়াৰ আদেশটো উঠাই লওক।‘’

আনহাতে, চৈয়দ মহম্মদ হুছেইনী এজন শিশুসকলৰ স্বেচ্ছাসেৱী প্ৰশিক্ষক আছিল। তেওঁ পিতৃ-মাতৃকো হেৰুৱাইছে। প্ৰতি বৃহস্পতিবাৰে তেওঁ পিতৃ-মাতৃৰ কবৰস্থানলৈ গৈছিল। তেওঁ শিশুসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছিল। তেওঁক তেওঁৰ পিতৃ-মাতৃৰ কবৰস্থানলৈ যাওঁতে গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

ইৰাণ চৰকাৰৰ মতে, ৪১ জন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিয়া হৈছে। অৱশ্যে, নৰৱেস্থিত মানৱ অধিকাৰ সংগঠন ইৰাণ হিউমেন ৰাইটছ (আইএইচআৰ)ৰ মতে, ইৰাণত চলি থকা প্ৰতিবাদৰ সৈতে জড়িত অপৰাধৰ বাবে কমেও ১০০ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে বা মৃত্যুদণ্ড যোগ্য অপৰাধৰ অভিযোগ অনা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd