• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একে নিশাতে বিক্ৰীৰ অভিলেখ গঢ়িলে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ ‘স্পেয়াৰ’-এ

স্মৃতিগ্ৰন্থখনত ৰাজকুমাৰ হেৰীয়ে কেনেকৈ আৰু কাৰ হাতত কুমাৰীত্ব হেৰুৱাইছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজকুমাৰ উইলিয়ামে তেওঁক কেনেদৰে আক্ৰমণ কৰিছিল তাৰ বৰ্ণনাও আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 3:45 pm
83
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ব্ৰিটেইনত প্ৰকাশ পালে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ  ‘স্পেয়াৰ’। বিশ্বৰ মুঠ ১৬টা ভাষাত প্ৰকাশ পালে এই গ্ৰন্থখন।

উল্লেখ্য যে লণ্ডনত বৃহৎ সংখ্যক লোকে এই গ্ৰন্থখন কিনিবলৈ শাৰী পাতি ৰৈ আছিল। তেওঁলোকৰ চাহিদা পূৰণৰ বাবেই সমগ্ৰ দেশৰ কিতাপৰ দোকানসমূহ খুলি ৰখা হৈছিল মাজনিশাৰ পৰা।

ৰাজকুমাৰ হেৰীৰ জীৱনৰ কাহিনী নিজৰ মুখৰ পৰা শুনিবলৈ তেওঁৰ অনুৰাগীসকলে প্ৰচণ্ড শীতকো নেওচি শাৰী পাতিছিল লণ্ডনত।

উল্লেখ্য যে এই গ্ৰন্থখনৰ বহু অংশ ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। লণ্ডনৰ পূৰ্বে যোৱা সপ্তাহত এই গ্ৰন্থখন স্পেইনত বিক্ৰী আৰম্ভ হৈছিল।

জানিব পৰা মতে এই গ্ৰন্থখন এই দশকৰ ভিতৰত সৰ্বাধিক প্ৰি-অৰ্ডাৰ কৰা কিতাপৰ ভিতৰত অন্যতম।

“Without a doubt, the most dangerous lie that they have told, is that I somehow boasted about the number of people I killed in Afghanistan.” — Prince Harry tells #Colbert, adding that his “words are not dangerous,” but the spin on his “words are very dangerous.” #Spare pic.twitter.com/FnjEZ0QnQl

— The Late Show (@colbertlateshow) January 10, 2023

ইয়াৰ মাজতে এই স্মৃতিগ্ৰন্থখনে আমাজনত ব্ৰিটেইনৰ বেষ্টচেলাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

স্মৃতিগ্ৰন্থখনত ৰাজকুমাৰ হেৰীয়ে কেনেকৈ আৰু কাৰ হাতত কুমাৰীত্ব হেৰুৱাইছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজকুমাৰ উইলিয়ামে তেওঁক কেনেদৰে আক্ৰমণ কৰিছিল তাৰ বৰ্ণনাও আছে।

আফগানিস্তানৰ যুদ্ধত ২৫ জন তালিবান যোদ্ধাক হত্যা কৰাৰ কথাৰ স্বীকাৰোক্তিও উল্লেখ আছে গ্ৰন্থখনত।  ইয়াৰ উপৰিও তেওঁৰ নিজৰ ড্ৰাগছ আসক্তিকে ধৰি ৪১০ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থখনে তেওঁৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু উত্তেজনাক উন্মোচন কৰিছে। বৃটিছ ৰাজপৰিয়ালৰ লগত তেওঁৰ সংঘাত-সংঘৰ্ষৰ কথাও উল্লেখ আছে এই গ্ৰন্থখনত।

Recent News

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd