• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এশতকৈও অধিক মহিলাক ধৰ্ষণ, ধৰ্ষণৰ ভিডিঅ’ৰে পিছত ব্লেকমেইল: অৱশেষত কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন জেলেবী বাবা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 7:53 pm
Jalebi Baba
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত স্বয়ম্ভু গডমেনৰ দ্বাৰা নাৰী নিৰ্যাতনৰ অনেক উদাহৰণ উলাব। ৰাম ৰহিমৰ পৰা আৰম্ভ কৰি আশাৰাম বাপুলৈকে নাৰীক যৌন নিৰ্যাতন চলাই কাৰাবাসী হোৱা এনে অনেক স্বয়ম্ভু ধৰ্মগুৰু দেশত আছে। এইবাৰ নাৰীক যৌন নিৰ্যাতন চলাই কাৰাদণ্ডৰে দণ্ডিত হৈছে আন এগৰাকী স্বয়ম্ভু গডমেন। নাম তেওঁৰ জেলেবী বাবা।

হাৰিয়ানাৰ ফতেহাবাদৰ এখন ফাষ্ট ট্ৰেক আদালতে অমৰপুৰী ওৰফে জেলেবী বাবা নামেৰে পৰিচিত এই স্বয়ম্ভু গডমেনক ১৪ বছৰৰ কাৰাদণ্ড বিহে। এই জেলেবী বাবাৰ বিৰুদ্ধে আছে ১০০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰি এই কাৰ্যৰ ভিডিঅ’ ক্লিপ বনাই পিছত ব্লেকমেইলিং কৰাৰ অভিযোগ।

Apply Now

অভিযোগ অনুসৰি জেলেবী বাবাই তেওঁৰ ওচৰলৈ বিধান বিচাৰি অহা মহিলাসকলক ড্ৰাগছ খোৱাই নিচাসক্ত কৰি ধৰ্ষণ কৰিছিল। তেওঁ এই ঘৃণনীয় কাৰ্যৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল আৰু তাৰ পিছত ভিডিঅ’ ৰাজহুৱা কৰাৰ ভাবুকি দি ধনৰ বাবে মহিলাসকলক ব্লেকমেইল কৰিছিল।

জেলেবী বাবাৰ এই ঘৃণনীয় আতিশয্যৰ পৰা বাদ পৰা নাছিল নাবালিকা তথা কিশোৰীও। অতিৰিক্ত জিলা ন্যায়াধীশ বলৱন্ত সিঙে নাবালিকাক দুবাৰকৈ ধৰ্ষণ কৰাৰ অপৰাধত জেলেবী বাবাক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ ৬ নং ধাৰাত ১৪ বছৰৰ কাৰাদণ্ড বিহে।

লগতে দুটাকৈ ধৰ্ষণৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ চি- ৰ অধীনত ৭ বছৰৰ কাৰাদণ্ড আৰু আই টি আইনৰ ৬৭-এ ধাৰাত ৫ বছৰৰ কাৰাদণ্ড বিহে আদালতে। অৱশ্যে অস্ত্ৰ আইন গোচৰত তেওঁক দোষমুক্ত কৰা হয়।

আদালতে প্ৰদান কৰা এই সকলো অপৰাধৰ শাস্তি একেলগে সমাপ্ত হ’ব আৰু জেলেবী বাবাই ১৪ বছৰ কাৰাগাৰত কটাব লাগিব।

উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত ফতেহাবাদ আদালতে ধৰ্ষণৰ অভিযোগত স্বয়ম্ভু গডমেনগৰাকীক দোষী সাব্যস্ত কৰিছিল। নিৰ্যাতিত কেইবাগৰাকীও মহিলাৰ ভিতৰত ছয়গৰাকীয়ে আদালতত হাজিৰ হৈছিল। ভুক্তভোগী তিনিগৰাকীৰ বক্তব্যৰ ভিত্তিত আদালতে ৰায়দান কৰে।

হাৰিয়ানা আৰক্ষীয়ে ২০১৮ চনত ফতেহাবাদৰ টোহানা চহৰৰ পৰা জেলেবী বাবাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ মোবাইলৰ পৰা ১২০টা যৌন ভিডিঅ’ ক্লিপিং উদ্ধাৰ কৰিছিল। অমৰপুৰী হাৰিয়ানাৰ টোহানাৰ বাবা বালাক নাথ মন্দিৰত মুখ্য দৰ্শক আছিল।

তদন্তৰ সময়ত পোহৰলৈ আহিছিল যে মহিলাসকলে নিজৰ সমস্যা সমাধানৰ বাবে তান্ত্ৰিক হিচাপে সুনাম গঢ়ি তোলা অমৰপুৰীৰ কাষ চাপিছিল। অভিযোগ অনুসৰি তেওঁ মহিলাসকলক অজ্ঞাতে ড্ৰাগছ আগবঢ়াইছিল আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ বনাইছিল।

২০১৮ চনৰ ১৯ জুলাইত এগৰাকী ব্যক্তিয়ে সেই সময়ৰ টোহানা আৰক্ষী থানাৰ গৃহ বিষয়া (এছ এইচ অ’) প্ৰদীপ কুমাৰক জেলেবী বাবাৰ যৌন ভিডিঅ’ ক্লিপ দেখুওৱাৰ পিছত এই ঘটনা প্ৰথম পোহৰলৈ আহিছিল।

আৰক্ষী বিষয়া গৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত জেলেবী বাবাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২, ২৯৩, ২৯৪, ৩৭৬, ৩৮৪, ৫০৯ আৰু আই টি আইনৰ ৬৭-এ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd