• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীতৰ আমেজত ভোগালীৰ উত্তাপ : পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ বজাৰত ভিৰ অসমীয়াৰ

বজাৰত তেল, গুৰ, চিৰা, পিঠাৰ লগতে চাহিদা বাঢ়িছে ৰৌ-বৰালি, চিতল-ভকুৱাৰো। ৰাজ্যৰ সকলো বজাৰতে চলিছে মাছৰ দৰদাম। প্ৰতিখন বজাৰতে দেখা গৈছে বৃ্হৎ আকৃতিৰ বৰালি, চিতল, ৰৌ, বাহু আদি বিভিন্ন মাছ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 2:53 pm
137
VIEWS
Share on FacebookShare on Twitter

আজি মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ গাঁৱে-ভূঞেঁ, নগৰে-চহৰে ভোগালীৰ আনন্দ।  উৰুকাৰ দিনা নিশাৰ ভোজলৈ বুলি ৰাজ্যৰ বিভিন্ন বিল জলাশয় নদী আদিত চলিছে সামূহিক মৎস্য চিকাৰৰ পৰ্ব।

গাঁৱে গাঁৱে ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী সকলো ব্যস্ত উৰুকাৰ আয়োজনত। ঘৰে ঘৰে ঢেঁকীৰ শব্দ। পথাৰত ভেলাঘৰ সাজিছে ডেকাহঁতে। আখলত পিঠা পুৰাত ব্যস্ত জীয়ৰী-বোৱাৰী।

বজাৰত তেল, গুৰ, চিৰা, পিঠাৰ লগতে চাহিদা বাঢ়িছে ৰৌ-বৰালি, চিতল-ভকুৱাৰো। ৰাজ্যৰ সকলো বজাৰতে চলিছে মাছৰ দৰদাম। প্ৰতিখন বজাৰতে দেখা গৈছে বৃ্হৎ আকৃতিৰ বৰালি, চিতল, ৰৌ, বাহু আদি বিভিন্ন মাছ।

কেৱল মাছেই নহয়। মাছৰ লগতে বজাৰত দেখা গৈছে হাঁহ, ছাগলী গাহৰি মাংসও। উৰুকাৰ নিশা এসাঁজ দগৰী খোৱাৰ উদ্দেশ্যেৰে পুৱাই হাতত মোনা আৰু পকেটত টকা লৈ বজাৰলৈ ঢাপলি মেলি ঘৰৰ গৃ্হস্থ।

সামাজিক মাধ্যম তথা সংবাদ মাধ্যত বিয়পি ফুৰিছে বিভিন্ন ধৰণৰ মাছৰ দৃশ্য। এসাঁজ ভালকৈ খোৱাৰ লগতে ফুৰ্তিৰে জুইৰ কাষত তথা ভেলাঘৰত ৰং তামাছাৰে আজি উদযাপন কৰিব অসমীয়াৰ চেনেহৰ ভোগালী বিহুৰ উৰুকা।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd