• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মকৰ সংক্ৰান্তি: এই দিনটোৰ সৈতে কি সম্পৰ্ক মহাভাৰতৰ পিতামহ ভীষ্মৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2023 9:16 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মকৰ সংক্ৰান্তি হিন্দুসকলৰ এক পৱিত্ৰ দিন। এই বছৰ ১৫ জানুৱাৰী ২০২৩ তাৰিখে সমগ্ৰ দেশতে মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰা হৈছে। মকৰ সংক্ৰান্তি দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে উদযাপন কৰা হয়। ইয়াক কৰ্ণাটকৰ সংক্ৰান্তি, তামিলনাডু আৰু কেৰালাৰ পোংগল, পঞ্জাৱ আৰু হাৰিয়ানাৰ মাঘী, গুজৰাট আৰু ৰাজস্থানৰ উত্তৰায়ণ, উত্তৰাখণ্ডৰ উত্তৰায়নী, উত্তৰ প্ৰদেশ আৰু বিহাৰত খিচৰি, অসমত মাঘ বিহু ইত্যাদি হিচাপে জনা যায়।

শাস্ত্ৰ অনুসৰি, মকৰ সংক্ৰান্তিৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। আনহাতে, জ্যোতিষশাস্ত্ৰত সূৰ্য বা গ্ৰহ এটা ৰাশিৰ পৰা আন এটালৈ প্ৰৱেশৰ দ্বাৰা ‘সংক্ৰান্তি’ৰ অৰ্থ ব্যাখ্যা কৰা হয়। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য উত্তৰদিশে গতি কৰে আৰু ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে। সেয়েহে ইয়াক উত্তৰায়ান বুলিও কোৱা হয়।

উত্তৰয়ানৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটো দান আৰু উপাসনাৰ বাবে অতি শুভ বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে আজিৰ দিনটোত যিজনে নিজৰ জীৱন ত্যাগ কৰে তেওঁ মোক্ষ লাভ কৰে। এই কাৰণেই মহাভাৰতৰ পিতামহ ভীষ্মই তেওঁৰ জীৱন উৎসৰ্গা কৰিবলৈ সূৰ্যৰ উত্তৰায়ানৰ বাবে অপেক্ষা কৰি আছিল।

Apply Now

কিয় ভীষ্মই কিয় উত্তৰায়ানত নিজৰ জীৱন ত্যাগ কৰিব বিচাৰিছিল? মহাভাৰতৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুঁজ দি থাকোতে অৰ্জুনৰ শৰত শৰবিদ্ধ হোৱাৰ পিছত পিতামহ ভীষ্ম শৰশয্যাত পৰি আছিল। কিন্তু যেতিয়া তেওঁ এটা শৰবিদ্ধ হৈছিল, সূৰ্য দক্ষিণত আছিল। শাস্ত্ৰ অনুসৰি, যিসকলে উত্তৰায়ণত নিজকে বলিদান দিয়ে, তেওঁলোকে মোক্ষ লাভ কৰে আৰু জীৱন আৰু মৃত্যুৰ চক্ৰৰ পৰা পৰিত্ৰাণ পায়। এইকাৰণেই পিতামহ ভীষ্মই সূৰ্যৰ উত্তৰায়ণৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলৈ অপেক্ষা কৰিছিল।

দৰাচলতে পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ আশীৰ্বাদপ্ৰাপ্ত হৈছিল, তেওঁ যেতিয়াই বিচাৰে নিজৰ জীৱন ত্যাগ কৰিব পাৰিছিল। ভীষ্ম অৰ্জুনৰ শৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। শৰবিদ্ধ হৈ তেওঁ তেতিয়াও মৃত্যুৰ বাবে অপেক্ষা কৰি আছিল। ছয় মাহ ধৰি তেওঁ শৰশয্যাত আছিল।

এই সময়ছোৱাত পঞ্চ পাণ্ডৱক তেওঁ নিজৰ জীৱনৰ শেষ উপদেশো দিছিল আৰু লগতে বিশ্বৰ কল্যাণৰ বাবে বৰ বিচাৰিছিল। তাৰ পিছত যেতিয়া সূৰ্যৰ ৰাশি চিহ্ন সলনি হয় (সূৰ্য ধনুৰ পৰা মকৰ লৈ সলনি হয়), পিতামহ ভীষ্মই আকাশলৈ চাই  নিজৰ জীৱন ত্যাগ কৰে আৰু দেবলোকলৈ গতি কৰে।

এইকাৰণে ভীষ্ম পিতামাহৰ বলিদানৰ কথা কোৱা মহাভাৰতৰ অন্তিম অধ্যায়ৰ এই খণ্ডটো প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ এক শুভ প্ৰতীক হৈ পৰিছে আৰু সেয়েহে মকৰ সংক্ৰান্তি অৰ্থাৎ উত্তৰায়ণ দিনটো এটা উৎসৱ হিচাপে উদযাপন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd