• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজ ৰাজ্যত দলৰ বিজয়ত ব্যৰ্থ হ’লেও লোকসভা নিৰ্বাচনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি থাকিব নাড্ডা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 17, 2023 5:34 pm
209
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনলৈকে গেৰুৱা শিবিৰৰ আস্থা জে পি নাড্ডাৰ ওপৰতেই আছে। জে পি নাড্ডা ২০২৪ চনৰ জুনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকিব। অমিত শ্বাহে মঙলবাৰে এই ঘোষণা কৰে।

২০২৪তে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱশ্যে, নাড্ডাৰ কাৰ্যকাল বৃদ্ধি প্ৰত্যাশিতই আছিল। চলিত বছৰত ৯খন ৰাজ্যত নিৰ্বাচন আছে। ২০২৪ চনত পুনৰ লোকসভা নিৰ্বাচন। সেইকাৰণে বৃদ্ধি কৰা হৈছে নাড্ডাৰ কাৰ্যকাল।

দলৰ কাৰ্যকভাতৃ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰিব নেকি?ৰী সমিতিৰ সদস্যসকলে নাড্ডাক সমৰ্থন কৰিছে। বৈঠকৰ পিছত অমিত শ্বাহে কয়, “আমি আশাবাদী যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সভাপতি জে পি নাড্ডাৰ নেতৃত্বত বিজেপিয়ে ২০১৯ ৰ তুলনাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অধিক ভাল প্ৰত্যাহ্বান জনাব।”

নাড্ডাৰ সভাপতি হিচাপে কাৰ্যকাল এই মাহত শেষ হোৱাৰ কথা আছিল। সেয়া  ২০২৪ৰ জুনলৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ নাড্ডাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায়। কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ গৃহ ৰাজ্যখনত বিজেপি ক্ষমতাচ্যুত হয় আৰু কংগ্ৰেছ শাসনলৈ আহে।

স্বাভাৱিকতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ৰাজ্যখনত বিজেপিৰ এই পৰাজয়ৰ পিছত নাড্ডা আঁতৰিব পাৰে বুলি চৰ্চা চলিছিল। কিন্তু অৱশেষত দলে আগন্তুক লোকসভা নিৰ্বাচনলৈ নাড্ডাৰ ওপৰতে আস্থা ৰাখিলে।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd