• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘণ্টাত ২৫ কিলোমিটাৰ বেগত অন্ধ্ৰ অভিমুখে ‘মুৰাছু’! ঘূৰ্ণীবতাহত উত্তাল সাগৰ, নিশাই ‘লেণ্ডফ’ল’

বৰ্তমান মুৰাছুৱে বংগোপসাগৰৰ ওপৰত শক্তি বৃদ্ধি কৰি আছে। সোমবাৰে নিশাই ভয়াৱহ ঘূৰ্ণীবতাহ হিচাপে আঘাত হানিব পাৰে মুৰাছুৱে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 2, 2026 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্ণবৰ পিছত এইবাৰ মুৰাছু। এটাৰ পিছত এটাকৈ দুয়োটা ঘূৰ্ণীবতাহৰ গতিয়েই অন্ধ্ৰ প্ৰদেশ অভিমুখে। অতি তীব্ৰ ৰূপৰে অন্ধ্ৰ উপকূলত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ঘূৰ্ণীবতাহ অৰ্ণবে। ঘূৰ্ণীবতাহ মুৰাছুৱেও ব্যাপক ক্ষতি কৰাৰ সম্ভাৱনা আছে।

বৰ্তমান মুৰাছুৱে বংগোপসাগৰৰ ওপৰত শক্তি বৃদ্ধি কৰি আছে। সোমবাৰে নিশাই ভয়াৱহ ঘূৰ্ণীবতাহ হিচাপে আঘাত হানিব পাৰে মুৰাছুৱে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহ মুৰাছুৱে ঘণ্টাত ২৫ কিলোমিটাৰ বেগেৰে পশ্চিম-মধ্য আৰু কাষৰীয়া দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰেৰে গতি কৰি আছে। ইয়াৰ দিশ পশ্চিম-উত্তৰ-পশ্চিম।

Apply Now

নিশাটোৰ ভিতৰতে ভয়াৱহ ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে। উপকূলৰ পৰাও দূৰত্ব কমিছে। সোমবাৰে পুৱা ৫:৩০ বজালৈকে এই ঘূৰ্ণীবতাহ চেন্নাইৰ পৰা ২০০ কিলোমিটাৰ পূব-উত্তৰ-পূব, অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰৰ পৰা ২১০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, মাচিলিপট্টনমৰ পৰা ২৭০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূব, কাৱালীৰ পৰা ২২০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, অংগোলৰ পৰা ৪০০ কিলোমিটাৰ দক্ষিণ-পূব আৰু বিশাখাপট্টনমৰ পৰা ২৬০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থান কৰিছে।

মুৰাছুৱে আৰু অধিক তীব্ৰতৰ হৈ উত্তৰ-পশ্চিম দিশলৈ গৈ অন্ধ্ৰপ্ৰদেশৰ উপকূল পাবগৈ। সোমবাৰে মাজনিশা অন্ধ্ৰ উপকূলৰ নেল্লোৰ আৰু নৰছাপুৰৰ মাজত স্থলপথত প্ৰৱেশ কৰিব।

‘লেণ্ডফ’ল’ৰ সময়ত ধুমুহাৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০ৰ পৰা ১১০ কিলোমিটাৰ হ’ব। বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। মঙলবাৰে পুৱাৰ ভিতৰত স্থলভাগত আঘাত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘণ্টাত ২৫ কিলোমিটাৰ বেগত অন্ধ্ৰ অভিমুখে ‘মুৰাছু’! ঘূৰ্ণীবতাহত উত্তাল সাগৰ, নিশাই ‘লেণ্ডফ’ল’

ঘণ্টাত ২৫ কিলোমিটাৰ বেগত অন্ধ্ৰ অভিমুখে ‘মুৰাছু’! ঘূৰ্ণীবতাহত উত্তাল সাগৰ, নিশাই ‘লেণ্ডফ’ল’

November 2, 2026 11:42 am
চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

November 2, 2026 10:40 am
জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

November 2, 2026 8:52 am
ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

November 2, 2026 7:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘণ্টাত ২৫ কিলোমিটাৰ বেগত অন্ধ্ৰ অভিমুখে ‘মুৰাছু’! ঘূৰ্ণীবতাহত উত্তাল সাগৰ, নিশাই ‘লেণ্ডফ’ল’

ঘণ্টাত ২৫ কিলোমিটাৰ বেগত অন্ধ্ৰ অভিমুখে ‘মুৰাছু’! ঘূৰ্ণীবতাহত উত্তাল সাগৰ, নিশাই ‘লেণ্ডফ’ল’

November 2, 2026 11:42 am
চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

November 2, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd