• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

২০২২ ত বিশ্বত বৃদ্ধি পালে সাংবাদিক নিগ্ৰহৰ ঘটনা

হত্যাৰ উপৰি বিগত এবছৰত সাংবাদিক আন ধৰণৰো হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। নিৰুদ্দেশ, অপহৰণ, বলপূৰ্বক আটক, ভুৱা গোচৰ, অনলাইন হিংসা আদিৰ বলি হৈছে আপোচবিহীন সাংবাদিকসকল। এই গোচৰসমূহত মহিলা সাংবাদিকসকল অধিক ভুক্তভোগী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 8:19 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ ত বিশ্বত বৃদ্ধি পালে সাংবাদিক নিগ্ৰহৰ ঘটনা। ইউনেস্ক’ৰ তথ্য অনুসৰি ২০২২ চনত বিশ্বত নিহত হৈছিল ৮৬ জন সাংবাদিক। একেৰাহে তিনি বছৰ ধৰি সাংবাদিক নিগ্ৰহৰ হাৰ হ্ৰাস পোৱাৰ পিছত যোৱা বছৰ পুনৰ বৃদ্ধি পালে সাংবাদিক নিগ্ৰহৰ ঘটনা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰতি বছৰে গড়ে মৃত্যু হৈছিল ৫৮ জন সাংবাদিকৰ । ২০১৮ চনত কমেও ৯৯ জন সাংবাদিকৰ মৃত্যু হৈছিল।

২০২২ চনত উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত সৰ্বাধিক ১৯ জন সাংবাদিকক হত্যা কৰা হৈছিল।  ইয়াৰ উপৰিও ইউক্ৰেইনত ১০ জন আৰু হাইটিত ৯ জন সাংবাদিক নিহত হৈছিল।

Apply Now

উল্লেখ্য যে বিশেষ সামৰিক সংঘাত নথকা ঠাইতেই তিনি চতুৰ্থাংশ সাংবাদিকক হত্যা কৰা হৈছে।  যোৱা বছৰ নিহত হোৱা ৮৬ জন সাংবাদিকৰ আধাতকৈ অধিক লেটিন আমেৰিকাৰ।

প্ৰতিবেদন অনুসৰি সংগঠিত অপৰাধ, সশস্ত্ৰ সংঘাত আৰু উগ্ৰপন্থীৰ উত্থানৰ সম্পৰ্কত কৰা কামৰ বাবেই মূলতঃ সাংবাদিকসকলে প্ৰাণ হেৰুৱাইছিল। দুৰ্নীতি, পৰিৱেশ অপৰাধ, ক্ষমতাৰ অপব্যৱহাৰ আৰু প্ৰতিবাদৰ বাতৰিৰ বাবেও সাংবাদিকক হত্যা কৰা হৈছে।

ইউনেস্ক’ৰ তথ্য অনুসৰি সাংবাদিকক হত্যা কৰি শাস্তিমুক্ত হোৱাৰ হাৰ প্ৰায় ৮৬ শতাংশ, যিটো আচৰিত ধৰণে বেছি। এই হাৰ যোৱা ৫ বছৰৰ ভিতৰত সৰ্বাধিক বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে।

হত্যাৰ উপৰি বিগত এবছৰত সাংবাদিক আন ধৰণৰো হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। নিৰুদ্দেশ, অপহৰণ, বলপূৰ্বক আটক, ভুৱা গোচৰ, অনলাইন হিংসা আদিৰ বলি হৈছে আপোচবিহীন সাংবাদিকসকল। এই গোচৰসমূহত মহিলা সাংবাদিকসকল অধিক ভুক্তভোগী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd