• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ ৩০০০ পৃষ্ঠাৰ অভিযোগনামা : ১০০ জন সাক্ষীৰ তালিকা

আৰক্ষীয়ে অন্য তথ্য আৰু প্ৰমাণৰ সহায়ত আদালতত প্ৰতিষ্ঠা কৰিব লাগিব যে আফতাবে শ্ৰাদ্ধক হত্যা কৰিছে। তেতিয়াহে শ্ৰদ্ধা হত্যাৰ অভিযোগত অভিযুক্ত প্ৰেমিক আফতাব আমিন আনছাৰীক আদালতত দোষী সাব্যস্ত হ’ব হত্যাকাৰী আফতাব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2023 8:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ কঁপাই যোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ অভিযোগনামাৰ খচৰা প্ৰস্তত কৰিছে দিল্লী আৰক্ষীয়ে। এই অভিযোগনামাত মুঠ ১০০জন লোকক সাক্ষী হিচাপে তালিকাভুক্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ এক সূত্ৰই সংবাদ সংস্থা এএনআইক জনোৱা মতে, অভিযোগনামাৰ এই খচৰাত মূল অভিযুক্ত হৈছে মৃত শ্ৰদ্ধা ৱাকাৰৰ প্ৰেমিক আফতাব আমিন পুনাৱাল্লা।

দিল্লী আৰক্ষীয়ে জনোৱা মতে অভিযোগনামাত ১০০ জন সাক্ষীৰ লগতে বিভিন্ন ফৰেনছিক আৰু বৈদ্যুতিক প্ৰমাণৰ কথাও উল্লেখ আছে। এই সকলোবোৰ তথ্য, প্ৰমাণ আৰু সাক্ষীৰ বক্তব্যৰ ভিত্তিত এই ৩০০০ পৃষ্ঠাৰ অভিযোগনামা প্ৰস্তুত কৰা হৈছে।

Apply Now

যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে চলিত মাহৰ শেষৰ ফালে দিল্লী আৰক্ষীয়ে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিব

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে যোৱা বছৰৰ ১৮ মে’ত শ্ৰদ্ধাক প্ৰেমিক আফতাবে ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত তেওঁ শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰি কাটি কেইবাদিনো ফ্ৰীজত ভৰাই ৰখাৰ পিছত অৰণ্যৰ মাজত পেলাই দিয়া হৈছিল।  আৰক্ষীৰ দাবী যে জেৰাৰ সময়ত আফতাবে হত্যাকাণ্ডৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে। অভিযুক্তৰ নাৰ্কো টেষ্টটো আৰক্ষীয়ে এই স্বীকাৰোক্তি সংগ্ৰহ কৰিছে।

অৱশ্যে এই নাৰ্কো টেষ্ট বা আফতাবে আৰক্ষীৰ জেৰাত সময়ত দিয়া স্বীকাৰোক্তিয়ে আফতাবক দোষী সাব্যস্ত কৰাত বিশেষ সহায় নকৰে বুলি অধিবক্তাসকলে কয়।

আৰক্ষীয়ে অন্য তথ্য আৰু প্ৰমাণৰ সহায়ত আদালতত প্ৰতিষ্ঠা কৰিব লাগিব যে আফতাবে শ্ৰাদ্ধক হত্যা কৰিছে। তেতিয়াহে শ্ৰদ্ধা হত্যাৰ অভিযোগত অভিযুক্ত প্ৰেমিক আফতাব আমিন আনছাৰীক আদালতত দোষী সাব্যস্ত হ’ব হত্যাকাৰী আফতাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd