• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সমবয়সৰ ব্যক্তিৰ সৈতে প্ৰেমত পৰিছে নেকি? ই হ’ব পাৰে আপোনাৰ সুখৰ আধাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 3:52 pm
love with same age person
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতেই ভাবে যে সমবয়সীয়া ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক বেছিদিন নিটিকে। কিন্তু এই কথা সঁচা নে? ‎অধ্যয়নত দেখা গৈছে যে সমবয়সীয়া প্ৰেমৰ সম্পৰ্ক বেছি দিনলৈকে থাকে। আনহাতে তেওঁলোকৰ প্ৰেম ‎জীৱনটোও তুলনামূলকভাবে সুখী হয়।

সমবয়সীয়া দম্পতীৰ মধুৰ বৈবাহিক জীৱনৰ আঁৰত কেইবাটাও কাৰণ আছে। কিন্তু বহুতে এই মতামত ‎নাকচ কৰিছে। তেওঁলোকৰ মতে সমনীয়াৰ সম্পৰ্কৰ অধিকাংশই অস্থিৰ হৈ পৰে। অৰ্থনৈতিক সমস্যাও ‎ইয়াৰ এক অংগ। ‎

কিন্তু যিসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰে, পঢ়া-শুনা কৰে আৰু লগতে সম্পৰ্কটোও বৰ্তাই ৰাখে। ‎তেন্তে সেই সংসাৰিক জীৱনত তেওঁলোক সুখী হয়। যদি কোনোবাই কেৰিয়াৰত সফলতাৰ আগতেই বিয়া ‎কৰায় তেন্তে আৰ্থিক সমস্যাৰ সম্ভাৱনা থাকে। আৰ্থিক সমস্যাৰ অৰ্থ হ’ল বৈবাহিক সমস্যা বৃদ্ধি।

সমবয়সীয়া দম্পতী বা প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক বেছি গাঢ় আৰু স্থায়ী হোৱাৰ ‎কাৰণবোৰ কি?‎

একে বয়সৰ দম্পতীয়ে অলপ দুঃসাহসিক কাম ভাল পায়। দুয়োৰে মাজত মৰম আৰু বন্ধুত্বৰ অভাৱ ‎নাথাকে। তেওঁলোকে ভ্ৰমণ কৰি ভাল পায় বা যিকোনো ৰিস্ক লয়। ‎

সমনীয়াৰ ওপৰত সন্দেহ কিছু কম হোৱাৰ প্ৰৱণতা থাকে। ইজনে সিজনৰ হাতত ধৰি কঠিন সমস্যাবোৰ ‎অনায়াসে সমাধান কৰে। কাজিয়া, বিবাদ, বিপদ তুলনামূলকভাৱে কম হয়। ‎

যদি কোনো দম্পতীৰ মাজত বয়সৰ ব্যাপক পাৰ্থক্য থাকে, তেন্তে যিজন বয়সীয়াল তেওঁ বিপৰীত ব্যক্তিৰ ‎সিদ্ধান্তক মূল্য নিদিয়ে। কিন্তু একে বয়সৰ দম্পতীৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি প্ৰেম আৰু সন্মান সমান ‎হয়।

কোনো সমস্যাৰ সন্মুখীন হ’লে সমনীয়াই একেলগে সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। ‎কাৰণ তেওঁলোকৰ চিন্তা-চৰ্চা বহুত মিল থাকে। ‎

সংগীৰ লগত তৰ্ক হোৱাটো স্বাভাৱিক কথা। কিন্তু একে বয়সৰ দুজন ব্যক্তিৰ ক্ষেত্ৰত কাজিয়াবোৰ অতি ‎সোনকালে নিষ্পত্তি হয়। যিহেতু দুয়োৰে বয়সৰ পাৰ্থক্য অতি কম, গতিকে ইজনে সিজনক ভালদৰে বুজি ‎পায়। আচলতে যিকোনো সম্পৰ্কৰ বুজাবুজিয়েই আচল কথা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

August 27, 2025 4:44 pm
অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

August 27, 2025 4:44 pm
অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd