• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সমবয়সৰ ব্যক্তিৰ সৈতে প্ৰেমত পৰিছে নেকি? ই হ’ব পাৰে আপোনাৰ সুখৰ আধাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 3:52 pm
love with same age person
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতেই ভাবে যে সমবয়সীয়া ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক বেছিদিন নিটিকে। কিন্তু এই কথা সঁচা নে? ‎অধ্যয়নত দেখা গৈছে যে সমবয়সীয়া প্ৰেমৰ সম্পৰ্ক বেছি দিনলৈকে থাকে। আনহাতে তেওঁলোকৰ প্ৰেম ‎জীৱনটোও তুলনামূলকভাবে সুখী হয়।

সমবয়সীয়া দম্পতীৰ মধুৰ বৈবাহিক জীৱনৰ আঁৰত কেইবাটাও কাৰণ আছে। কিন্তু বহুতে এই মতামত ‎নাকচ কৰিছে। তেওঁলোকৰ মতে সমনীয়াৰ সম্পৰ্কৰ অধিকাংশই অস্থিৰ হৈ পৰে। অৰ্থনৈতিক সমস্যাও ‎ইয়াৰ এক অংগ। ‎

Apply Now

কিন্তু যিসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰে, পঢ়া-শুনা কৰে আৰু লগতে সম্পৰ্কটোও বৰ্তাই ৰাখে। ‎তেন্তে সেই সংসাৰিক জীৱনত তেওঁলোক সুখী হয়। যদি কোনোবাই কেৰিয়াৰত সফলতাৰ আগতেই বিয়া ‎কৰায় তেন্তে আৰ্থিক সমস্যাৰ সম্ভাৱনা থাকে। আৰ্থিক সমস্যাৰ অৰ্থ হ’ল বৈবাহিক সমস্যা বৃদ্ধি।

সমবয়সীয়া দম্পতী বা প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক বেছি গাঢ় আৰু স্থায়ী হোৱাৰ ‎কাৰণবোৰ কি?‎

একে বয়সৰ দম্পতীয়ে অলপ দুঃসাহসিক কাম ভাল পায়। দুয়োৰে মাজত মৰম আৰু বন্ধুত্বৰ অভাৱ ‎নাথাকে। তেওঁলোকে ভ্ৰমণ কৰি ভাল পায় বা যিকোনো ৰিস্ক লয়। ‎

সমনীয়াৰ ওপৰত সন্দেহ কিছু কম হোৱাৰ প্ৰৱণতা থাকে। ইজনে সিজনৰ হাতত ধৰি কঠিন সমস্যাবোৰ ‎অনায়াসে সমাধান কৰে। কাজিয়া, বিবাদ, বিপদ তুলনামূলকভাৱে কম হয়। ‎

যদি কোনো দম্পতীৰ মাজত বয়সৰ ব্যাপক পাৰ্থক্য থাকে, তেন্তে যিজন বয়সীয়াল তেওঁ বিপৰীত ব্যক্তিৰ ‎সিদ্ধান্তক মূল্য নিদিয়ে। কিন্তু একে বয়সৰ দম্পতীৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি প্ৰেম আৰু সন্মান সমান ‎হয়।

কোনো সমস্যাৰ সন্মুখীন হ’লে সমনীয়াই একেলগে সেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। ‎কাৰণ তেওঁলোকৰ চিন্তা-চৰ্চা বহুত মিল থাকে। ‎

সংগীৰ লগত তৰ্ক হোৱাটো স্বাভাৱিক কথা। কিন্তু একে বয়সৰ দুজন ব্যক্তিৰ ক্ষেত্ৰত কাজিয়াবোৰ অতি ‎সোনকালে নিষ্পত্তি হয়। যিহেতু দুয়োৰে বয়সৰ পাৰ্থক্য অতি কম, গতিকে ইজনে সিজনক ভালদৰে বুজি ‎পায়। আচলতে যিকোনো সম্পৰ্কৰ বুজাবুজিয়েই আচল কথা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd