• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 12:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চ আদানিৰ শ্বেয়াৰ সম্পৰ্কত নিজৰ স্থিতিত অটুট আছে। তেওঁলোকে দাবী কৰে যে আদানি গ্ৰুপৰ কোম্পানীবোৰে চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে। ঋণৰ বোজাত যিকোনো সময়তে ভাঙি পৰিব পাৰে সাম্ৰাজ্য। শ্বেয়াৰৰ মূল্যৰ পতন হ’ব পাৰে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা সপ্তাহৰ শেষত এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল য’ত এইটো উল্লেখ কৰা হৈছে।

এই প্ৰতিবেদন প্ৰকাশৰ প্ৰায় লগে লগে আদানি গ্ৰুপৰ সাতটা কোম্পানীৰ ষ্টক সাংঘাতিক ধৰণে হ্ৰাস পাইছিল। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদানি গ্ৰুপেও এটা বিবৃতি দিছিল। “আমি আচৰিত হৈছো যে আমাৰ সৈতে আলোচনা নকৰাকৈ ইচ্ছাকৃতভাৱে তথ্য বিকৃতিকৰণৰ সৈতে এটা ভিত্তিহীন প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। কিছুমান দাবী কৰা হৈছে যিবোৰ অতীতত উচ্চতম ন্যায়ালয়ত ভুল প্ৰমাণিত হৈছিল।‘’

লগতে পঢ়ক: চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Apply Now

ইয়াৰ পিছতে ২৬জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰতিক্ৰিয়াস্বৰূপে পুনৰ এক বিবৃতি প্ৰকাশ কৰে। তাত লিখা হৈছে, “আমাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ ৩৬ ঘণ্টাৰো অধিক সময় অতিবাহিত হৈছে। আদানীয়ে আমাক উল্লেখ কৰা কোনো বিষয়ৰ কোনো সঠিক ব্যাখ্যা দিয়া নাই। আমাৰ প্ৰতিবেদনৰ শেষত আমি মুঠ 88 টা পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আমি বিশ্বাস কৰোঁ যে ইয়াৰ জৰিয়তে আমি কোম্পানীটোক স্বচ্ছতা দেখুওৱাৰ সুযোগ দিছিলো। আদানীয়ে এতিয়ালৈকে সেইবোৰৰ কোনো সঁহাৰি দিয়া নাই।‘’

Our response to Adani: pic.twitter.com/6NcFKR8gEL

— Hindenburg Research (@HindenburgRes) January 26, 2023

তাৰপিছতে সংস্থাটোৱে  লিখিছে, “ইয়াৰ বিপৰীতে, আদানীয়ে আশা কৰা অনুসৰি ভাবুকি প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত আদানীয়ে আমাৰ ১০৬ পৃষ্ঠাৰ, ৩২,০০০ শব্দ, ৭২০ টা সূত্ৰ আৰু দুবছৰৰ প্ৰতিবেদনক বিনা গৱেষণাই কৰা বুলি উল্লেখ কৰিছে।‘’

উক্ত বিবৃতিটোত আদানি গ্ৰুপে কৈছিল যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় আইনৰ কিছুমান ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰিছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চে সেই কথাও উল্লেখ কৰিছে।

লগতে পঢ়ক: ”টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

হিণ্ডেনবাৰ্গে আইনী পদক্ষেপ সন্দৰ্ভত কৈছে, ” জানি থোৱা ভাল যে আমি এনে ধৰণৰ প্ৰচেষ্টাক আদৰণি জনাও। আমি আমাৰ প্ৰতিবেদনকলৈ সম্পূৰ্ণ আত্মবিশ্বাসী। আনকি আমাৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিলেও তাত একো লাভ নহ’ব।”

সংস্থাটোৱে দাবী কৰিছে যে যদি আদানি সঁচাকৈয়ে সচেতন হয়, তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত য’ত আমি কাম কৰোঁ তাত আইনী পদক্ষেপ লোৱা উচিত। আমি আপোনাৰ কিছুমান নথিপত্ৰ চাব বিচাৰো যাক আমি আইনী প্ৰক্ৰিয়াৰ সময়ত তদন্তৰ বাবে দাবী কৰিব পাৰোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd