• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কাশ্মীৰীসকলে গ্ৰেনেড নহয়, দিছে প্ৰেম ভৰা হৃদয়’: সতৰ্কবাণী নেওচি দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 5:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰচণ্ড তুষাৰপাতৰ মাজতে উপত্যকাটোত কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ সমাপ্ত হৈছে। যোৱা চাৰি মাহত ৰাহুল গান্ধীয়ে দেশৰ দক্ষিণ প্ৰান্তৰ পৰা উত্তৰৰ কাশ্মীৰলৈ খোজ কাঢ়িছে। ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাসমূহে তেওঁৰ নিৰাপত্তাৰ ওপৰত কেইবাবাৰো প্ৰশ্ন উত্থাপন কৰিছে। আজি ৱায়ানাডৰ কংগ্ৰেছ সাংসদজনে তেওঁৰ সুৰক্ষা সম্পৰ্কে সতৰ্কবাণীৰ বিষয়টো উত্থাপন কৰিছিল।

ৰাহুল গান্ধীয়ে কয়, “ইয়াৰ লোকসকলে মোক হেণ্ড গ্ৰেনেড দিয়া নাই, দিছে প্ৰেম ভৰা হৃদয়।‘’ গেৰুৱা দলটোক সমালোচনা কৰি গান্ধীয়ে কয় যে জম্মু-কাশ্মীৰত বিজেপি নেতা-কৰ্মীসকলে তেওঁৰ দৰে খোজ কাঢ়িব নোৱাৰিব। কাৰণ সিহঁত ভয়ত কোঁচমোচ খাই থাকে।

Apply Now

উপত্যকাটো উগ্ৰপন্থীৰ লক্ষ্যত বাৰে বাৰে ক্ষতবিক্ষত হৈছে। বহু পৰিয়ালৰ প্ৰিয়জন সন্ত্ৰাসবাদৰ ভুক্তভোগী। এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে কাশ্মীৰৰ মাটিত থিয় হৈ তেওঁৰ পিতৃ ৰাজীৱ গান্ধীৰ হত্যাৰ কথা মনত পেলাই দিছে। তেওঁ কয় যে  পুলৱামাত নিহত সেনা জোৱানসকলৰ পৰিয়ালৰ বেদনা তেওঁ গভীৰভাৱে বুজি পাইছে।

ৰাহুল গান্ধীয়ে পৰম্পৰাগত কাশ্মীৰী ফেৰান পিন্ধি ‘ভাৰত যোদো যাত্ৰা’ৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। বাতৰি অনুসৰি ডিএমকে, নেশ্যনেল কনফাৰেন্স, পিডিপি, চিপিআই, আৰএছপি আৰু আইইউএমএলৰ নেতাসকল অনুষ্ঠানটোত কংগ্ৰেছৰ মঞ্চত উপস্থিত আছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয়, “ভাৰত জোড়ো যাত্ৰা নিৰ্বাচন জিকিবলৈ নহয়, ঘৃণাৰ বিৰুদ্ধে আছিল।‘’

Sheen Mubarak!😊

A beautiful last morning at the #BharatJodoYatra campsite, in Srinagar.❤️ ❄️ pic.twitter.com/rRKe0iWZJ9

— Rahul Gandhi (@RahulGandhi) January 30, 2023

কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ দেওবাৰে ৪,০০০ কিলোমিটাৰৰো অধিক অতিক্ৰম কৰাৰ পিছত সমাপ্ত হয়। একেদিনাই ৰাহুলে শ্ৰীনগৰৰ চেশ্মা চাহীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। যোৱা চাৰি মাহত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীৰ অধীনত ১২ খন ৰাজ্যত খোজ কাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd