• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 12:06 pm
92
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ চৰকাৰৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে প্ৰায় ১৫০ দিনত ৩৫৭০ কিলোমিটাৰ জোৰা অতিক্ৰম কৰি ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তি ঘটালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুলৰ এই সফলতাৰ বাবে মাতৃ হিচাপে গৌৰৱ অনুভৱ কৰিছে ছোনিয়া গান্ধীয়ে। কালি সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰপতিৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বেনাৰ্জীক এই কথা জনাইছে ছোনিয়া গান্ধীয়ে।

এই সম্পৰ্কত সুদীপ বেনাৰ্জীয়ে কালি সংবাদ মাধ্যমৰ আগত কৈছে, “কেন্দ্ৰীয় প্ৰেক্ষাগৃ্হত সোমায়েই মই ছোনিয়া গান্ধীক দেখিছিলোঁ। তেতিয়া তে ওঁ মোক থিয় হৈ নমস্কাৰ জনাইছিল। লগতে তেওঁৰ লগত হোৱা মোৰ কথা–বতৰাত তেওঁ কৈছিল যে মই মোৰ ল’ৰাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ।”

ময়ো তেখেতক কৈছিলোঁ যে “আপোনাৰ দলৰ দ্বাৰা এটা সফল কাৰ্যসূচী হৈছে। আপুনি আপোনাৰ ল’ৰাক লৈ গৌৰৱ কৰা উচিত।” – এইদৰে জনাইছে সাংসদ সু্দীপ বেনাৰ্জীয়ে।

দীৰ্ঘদিন ধৰি চলি থকা কংগ্ৰেছৰ শোচনীয় অৱস্থাক যেন ভাৰত জোড়ো যাত্ৰাই এক ন গতি প্ৰদান কৰিলে। দেশৰ প্ৰায় সকলো ৰাজ্যতেই প্ৰৱেশ কৰি অগনণ লোকৰ সহাঁৰি তথা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ দল। ৰাহুল গান্ধীৰ উৎসাহ, ত্যাগ, ধৈৰ্য আৰু পৰিশ্ৰমৰ ফলতেই যে এই ভাৰত জোড়ো যাত্ৰা তথা কংগ্ৰেছে এক অনন্য মাত্ৰা লাভ কৰিছে সেয়া স্বীকাৰ কৰিব লাগিব। সেয়েহে, মাতৃ হিচাপে পুত্ৰৰ এই সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে ছোনিয়া গান্ধীয়ে।

Recent News

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

বৃক্ষ ধ্বংস আৰু স্থানান্তৰন : গুৱাহাটীত পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেৰ ৰাজহুৱা বক্তৃতা

বৃক্ষ ধ্বংস আৰু স্থানান্তৰন : গুৱাহাটীত পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেৰ ৰাজহুৱা বক্তৃতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd