• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংবিধানৰ প্ৰতি বিশ্বাসৰ অভাৱ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ!

উপ-ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় আইন মন্ত্ৰীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বম্বে উকীল সন্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 3:29 pm
PIL against President and Law minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ মূল আধাৰ সংবিধানৰ প্ৰতি বিশ্বাস নাই খোদ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ! দেশৰ সংবিধানৰ প্ৰতি দুয়োগৰাকীৰ বিশ্বাসৰ অভাৱ শেহতীয়াকৈ পৰিলক্ষিত হৈছে আৰু সেয়ে দুয়োকে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া উঠিত!

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকৰ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বম্বে উকীল সন্থা। অধিবক্তা গোটটোৱে ধনকৰ আৰু কিৰেন ৰিজিজুৱে দেশৰ শীৰ্ষ ন্যায়িক প্ৰতিষ্ঠানটোৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাইছে বুলি অভিযোগ কৰি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে।

Apply Now

আবেধনখনত অধিবক্তা গোটটোৱে উপ-ৰাষ্ট্ৰপতি আৰু আইন মন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ক অপমানজনক ভাষা ব্যৱহাৰ কৰি অপমান কৰিছে বুলি অভিযোগ তুলিছে। কলেজিয়াম ব্যৱস্থাৰ লগতে মৌলিক গাঁথনিৰ ধাৰণাৰ বিৰুদ্ধে দুয়োগৰাকীয়ে কৰা মন্তব্যক ‘অযোগ্য আচৰণ’ বুলি অভিহিত কৰিছে বম্বে উকীল সন্থাই।

আবেদনকাৰী বম্বে উকীল সন্থাই উপ-ৰাষ্ট্ৰপতি আৰু আইন মন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পেছতো দুয়ো জনসাধাৰণৰ দৃষ্টিত উচ্চতম ন্যায়ালয়ৰ মহিমা হ্ৰাস কৰিছে বুলি উচ্চ ন্যায়ালয়ৰ সমুখত বিষয়টো দৃষ্টিগোচৰ কৰিছে।

আবেদনখনত লগতে কোৱা হৈছে, “উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ জৰিয়তে ন্যায়াধীশ নিযুক্তি আৰু বদলিৰ কলেজিয়াম ব্যৱস্থাৰ বিকাশ ঘটিছে। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থা ভাৰতৰ সংবিধানৰ মৌলিক গাঁথনিৰ অংশ আৰু ন্যায়পালিকাৰ স্বাধীনতা বজাই ৰাখিবলৈ অপৰিহাৰ্য বুলিও ৰায় দিছে।”

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকৰ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শেহতীয়াকৈ কলেজিয়াম ব্যৱস্থাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সৈতে ধাৰাবাহিক বিবাদত লিপ্ত হৈ আহিছে। এনে পৰিস্থিতিত ন্যায় বিভাগৰ স্বতন্ত্ৰতাত হস্তক্ষেপ নকৰিবলৈ দুয়োগৰাকীক সকীয়াই দিছিল উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd