• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2023 11:48 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭০-ৰ দশকত হিন্দী চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এক সুপৰিচিত নাম আছিল অৰুণা ইৰাণী। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে পাৰ্শ্ব চৰিত্ৰৰ মাজতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। তেওঁক নায়িকাৰ চৰিত্ৰত দেখা যোৱা নাছিল। কিন্তু ৰূপতেই হওঁক বা অভিনয় দক্ষতাই হওঁক অৰুণা কোনো গুণে কম নাছিল। অতি সুন্দৰ দেহশ্ৰী, নৃত্যতো ভাল, তথাপিও বেহু ভাঙিব নোৱাৰিলে।

শেহতীয়া এক সাক্ষাৎকাৰত অৰুণাই কয় যে বহুবাৰ তেওঁক পাৰ্শ্ব চৰিত্ৰৰ পৰাও আঁতৰাই দিয়া হৈছিল। অৰুণা ইৰাণীয়ে পুৰণি স্মৃতিৰ এক তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে য’ত ‘ভাল বান্ধৱী’ ৰেখাই তেওঁক এখন চলচ্চিত্ৰৰ পৰা বাদ দিছিল।

Apply Now

অৰুণাই কয়, “ৰেখা মোৰ এজন ভাল বান্ধৱী আছিল, কিন্তু তেওঁৰ বাবেই মই মঙ্গলসূত্ৰ চলচ্চিত্ৰখনৰ পৰা বাদ পৰিছিল।”

শেহতীয়াকৈ সংবাদ সংস্থাৰ পডকাষ্ট শ্ব’ত প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে আঁতধৰোতা স্মৃতি প্ৰকাশক কয় যে তেওঁ ছবিখনত নায়কৰ মৃত পত্নীৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। তেওঁক মুখ্যতঃ চলচ্চিত্ৰখনত ভূতৰ চৰিত্ৰত দেখা গ’লহেঁতেন। আনহাতে, ৰেখা দ্বিতীয় পত্নীৰ চৰিত্ৰত আছিল। চুপাৰষ্টাৰ ৰেখাই শেষ মুহূৰ্তত অৰুণাক ছবিখনৰ পৰা বাদ দিয়ে।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বাদ পৰাৰ পিছত পৰিচালকজনক প্ৰশ্ন কৰিছিল। তেতিয়াই উত্তৰ আছিল, ‘সঁচাকৈয়ে, ৰেখাজীয়ে আপুনি সেই চৰিত্ৰটো কৰাটো বিচৰা নাছিল’।

অৰুণা ইৰাণীয়ে কয় যে তেওঁ আন এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত ‘উমৰাও জান’ৰ অভিনেত্ৰীগৰাকীক পোনপটীয়াকৈ সুধিছিল। জানিব বিচাৰিছিল যে ৰেখাই তেওঁক কিয় ছবিখনৰ পৰা বাদ দিছিল? নাই, ৰেখাই অভিযোগবোৰ অস্বীকাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কৈছিল, ‘’চোৱা অৰুণা, যদি সেই ছবিখনৰ অভিনয় অলপ হেৰফেৰ হয়, তেন্তে মই খলনায়িকাৰ দৰে অনুভৱ কৰিম, সেয়েহে মই বিচৰা নাছিলো যে তুমি সেই চৰিত্ৰটো কৰা।‘’

ৰেখাই অৰুণা ইৰাণীৰ অভিনয় দক্ষতাক সমীহ কৰিয়েই এনেকুৱা কৰিছিল। কিন্তু তাত অৰুণাৰ মন শাত নপৰিল। তেওঁ কৈছিল যে ৰেখাই তেওঁক ফোন কৰিব লাগিছিল আৰু বিষয়টোৰ সম্পৰ্কে তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিব লাগিছিল। পিচে, দুখ প্ৰকাশ কৰি ৰেখাই কয় যে তেওঁ নিজৰ কেৰিয়াৰৰ বাবে এনে কৰিছিল।

অৱশ্যে অৰুণাই তেওঁৰ বান্ধৱীৰ সৈতে মনোমালিন্য মনত ৰখা নাই। তেওঁ তিক্ত স্মৃতি মনত ৰাখিব নিবিচাৰে। পিছত অৰুণা ইৰাণীয়ে ‘বেটা’ৰ দৰে চলচ্চিত্ৰত মাধুৰী দীক্ষিতৰ চক্ৰান্তকাৰী শাহু হিচাপে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd