• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2023 11:48 am
187
VIEWS
Share on FacebookShare on Twitter

১৯৭০-ৰ দশকত হিন্দী চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এক সুপৰিচিত নাম আছিল অৰুণা ইৰাণী। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে পাৰ্শ্ব চৰিত্ৰৰ মাজতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। তেওঁক নায়িকাৰ চৰিত্ৰত দেখা যোৱা নাছিল। কিন্তু ৰূপতেই হওঁক বা অভিনয় দক্ষতাই হওঁক অৰুণা কোনো গুণে কম নাছিল। অতি সুন্দৰ দেহশ্ৰী, নৃত্যতো ভাল, তথাপিও বেহু ভাঙিব নোৱাৰিলে।

শেহতীয়া এক সাক্ষাৎকাৰত অৰুণাই কয় যে বহুবাৰ তেওঁক পাৰ্শ্ব চৰিত্ৰৰ পৰাও আঁতৰাই দিয়া হৈছিল। অৰুণা ইৰাণীয়ে পুৰণি স্মৃতিৰ এক তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে য’ত ‘ভাল বান্ধৱী’ ৰেখাই তেওঁক এখন চলচ্চিত্ৰৰ পৰা বাদ দিছিল।

অৰুণাই কয়, “ৰেখা মোৰ এজন ভাল বান্ধৱী আছিল, কিন্তু তেওঁৰ বাবেই মই মঙ্গলসূত্ৰ চলচ্চিত্ৰখনৰ পৰা বাদ পৰিছিল।”

শেহতীয়াকৈ সংবাদ সংস্থাৰ পডকাষ্ট শ্ব’ত প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে আঁতধৰোতা স্মৃতি প্ৰকাশক কয় যে তেওঁ ছবিখনত নায়কৰ মৃত পত্নীৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। তেওঁক মুখ্যতঃ চলচ্চিত্ৰখনত ভূতৰ চৰিত্ৰত দেখা গ’লহেঁতেন। আনহাতে, ৰেখা দ্বিতীয় পত্নীৰ চৰিত্ৰত আছিল। চুপাৰষ্টাৰ ৰেখাই শেষ মুহূৰ্তত অৰুণাক ছবিখনৰ পৰা বাদ দিয়ে।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বাদ পৰাৰ পিছত পৰিচালকজনক প্ৰশ্ন কৰিছিল। তেতিয়াই উত্তৰ আছিল, ‘সঁচাকৈয়ে, ৰেখাজীয়ে আপুনি সেই চৰিত্ৰটো কৰাটো বিচৰা নাছিল’।

অৰুণা ইৰাণীয়ে কয় যে তেওঁ আন এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত ‘উমৰাও জান’ৰ অভিনেত্ৰীগৰাকীক পোনপটীয়াকৈ সুধিছিল। জানিব বিচাৰিছিল যে ৰেখাই তেওঁক কিয় ছবিখনৰ পৰা বাদ দিছিল? নাই, ৰেখাই অভিযোগবোৰ অস্বীকাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কৈছিল, ‘’চোৱা অৰুণা, যদি সেই ছবিখনৰ অভিনয় অলপ হেৰফেৰ হয়, তেন্তে মই খলনায়িকাৰ দৰে অনুভৱ কৰিম, সেয়েহে মই বিচৰা নাছিলো যে তুমি সেই চৰিত্ৰটো কৰা।‘’

ৰেখাই অৰুণা ইৰাণীৰ অভিনয় দক্ষতাক সমীহ কৰিয়েই এনেকুৱা কৰিছিল। কিন্তু তাত অৰুণাৰ মন শাত নপৰিল। তেওঁ কৈছিল যে ৰেখাই তেওঁক ফোন কৰিব লাগিছিল আৰু বিষয়টোৰ সম্পৰ্কে তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিব লাগিছিল। পিচে, দুখ প্ৰকাশ কৰি ৰেখাই কয় যে তেওঁ নিজৰ কেৰিয়াৰৰ বাবে এনে কৰিছিল।

অৱশ্যে অৰুণাই তেওঁৰ বান্ধৱীৰ সৈতে মনোমালিন্য মনত ৰখা নাই। তেওঁ তিক্ত স্মৃতি মনত ৰাখিব নিবিচাৰে। পিছত অৰুণা ইৰাণীয়ে ‘বেটা’ৰ দৰে চলচ্চিত্ৰত মাধুৰী দীক্ষিতৰ চক্ৰান্তকাৰী শাহু হিচাপে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। 

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd