• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2023 8:45 pm
Kabaddi Player Accuses Coach Of Rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ একাংশ শীৰ্ষ মল্লযুঁজাৰুৱে ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)ৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ লগতে একাংশ প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰাৰ পাছত দেশৰ ক্ৰীড়াক্ষেত্ৰত জোৱাৰ উঠিছে খেলুৱৈসকলৰ ‘মি টু’ অভিযোগ।

এইবাৰ ‘মি টু’ৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে দিল্লীৰ এগৰাকী ২৭ বছৰীয়া কাবাডী খেলুৱৈ৷ খেলুৱৈগৰাকীয়ে প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ, ধন দাবী আৰু ব্যক্তিগত ছবি ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

খেলুৱৈগৰাকীয়ে প্ৰশিক্ষক যোগীন্দৰৰ বিৰুদ্ধে পশ্চিম দিল্লীৰ বাবা হৰিদাস নগৰ থানাত গোচৰ ৰুজু কৰিছে। তেওঁ এজাহাৰত উল্লেখ কৰা মতে, তেওঁ ২০১২ চনৰ পৰা পশ্চিম দিল্লীৰ মুণ্ডকাৰ সমীপৰ হিৰাংকুডনাত কাবাডী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছিল।

২০১৫ চনত প্ৰশিক্ষক যোগীন্দৰে তেওঁৰ সন্মতি অবিহনে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। লগতে ২০১৮ চনত জয়ী হোৱা এখন প্ৰতিযোগিতাৰ পৰা উপাৰ্জন কৰা ধনৰাশিৰ ৪৩.৫ লাখ টকা প্ৰশিক্ষক যোগিন্দৰৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল বুলি অভিযোগ কৰে।

ইয়াৰ পিছত ২০২১ চনত কাবাডী খেলুৱৈগৰাকীয়ে বিবাহপাশত আবদ্ধ হয় যদিও অভিযুক্ত প্ৰশিক্ষক যোগিন্দৰে ব্যক্তিগত ফটো ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰি আছে বুলিও খেলুৱৈগৰাকীয়ে এজাহাৰত অভিযোগ কৰিছে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰশিক্ষকগৰাকীৰ বিৰুদ্ধে ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰ ৰুজু কৰিছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু অভিযোগকাৰীৰ বক্তব্য আদালতত লিপিবদ্ধ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd