• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

সংসদত প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰক তুলাধুনা আছাদুদ্দিন ওৱাইছিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 3:46 pm
Owaisi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী বিতৰ্কক লৈ শেহতীয়া কিছুদিন ধৰি তোলপাৰ লাগি আছে সংসদ। সদনৰ মজিয়াত আদানীৰ প্ৰসঙ্গৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। এইবাৰ এই বিষয়ক লৈ মোদী চৰকাৰক লক্ষ্য কৰি বাক্যশেল প্ৰয়োগ কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে।

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰি ওৱাইছিয়ে কয় যে আদানীৰ জালিয়াতি ফাদিল কৰা হিণ্ডেনবাৰ্গ যদি ভাৰতৰ হ’ল হয়, নিশ্চিতভাৱে হিণ্ডেনবাৰ্গ এতিয়া বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ সন্মুখীন হ’লহেঁতেন।

Apply Now

সংসদত অব্যাহত থকা বিতৰ্কৰ মাজতে ওৱাইচিয়ে কয়, “হিণ্ডেনবাৰ্গ ভাৰতত থকা হ’লে আদানী গোটৰ বিষয়ে প্ৰতিবেদন জাৰি কৰাৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ সন্মুখীন হ’লহেঁতেন।”

গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কক কটাক্ষ কৰি ওৱাইছিয়ে লগতে কয়, “এয়া আপোনাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। এতিয়া সমগ্ৰ বজাৰখন ৫ ম স্থানলৈ নামি আহিছে।”

ওৱাইছিয়ে নিজ ভাষণত বিজেপিৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে। ওৱাইছিৰ মতে “ভাৰতত কংগ্ৰেছ আৰু বিজেপিয়ে অত্যন্ত ধনৱন্ত কিছু লোকৰ জন্ম দিছে। এই সকল হৈছে বিপুল ধন-সম্পত্তি লৈ দেশৰ পৰা পলায়ন কৰা লোক।” “সেই তালিকাত মোগলৰ নাম সন্নিবিষ্ট হৈছে নেকি” বুলিও ওৱাইছিয়ে কটুক্তি কৰে।

নিজ ভাষ্যত হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে মোদী চৰকাৰে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ পৰা সেউজীয়া ৰং আঁতৰাই পেলাব নেকি বুলিও এক বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰে। সেউজীয়াক লৈ চৰকাৰৰ ইমান সমস্যা কিয় বুলিও বিজেপি চৰকাৰক আক্ৰমণ কৰে ওৱাইছিয়ে।

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ অনুপ্ৰৱেশৰ কথা ক’বনে বুলি প্ৰশ্ন কৰাৰ লগতে বিলকিছ বানোৰ ন্যায়ৰ প্ৰসঙ্গও উত্থাপন কৰে। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত সংখ্যালঘু আঁচনিৰ ধন কৰ্তন কৰাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আছাদুদ্দিন ওৱাইছিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd