• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্পীনাৰৰ যাদু! ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত অষ্ট্ৰেলিয়া

স্পীনৰ যাদু! এক ইনিংছ আৰু ১৩২ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2023 8:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখম টেষ্টত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে অষ্ট্ৰেলিয়া। ভাৰতৰ সন্মুখত বলিং আৰু বেটিং কোনোদিশতে অষ্ট্ৰেলিয়াই প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল।

শৃংখলাৰ নাগপুৰৰ বিদৰ্ভ ষ্টেডিয়ামৰ প্ৰথমখন টেষ্টৰ তৃতীয় দিনাই ভাৰতে অষ্ট্ৰেলিয়াক এক ইনিংছ আৰু ১৩২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছে।

প্ৰথম ইনিংছত মাত্ৰ ১৭৭ ৰাণতে সকলোকেইটা উইকেট হেৰুওৱা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছটো শোচনীয় বেটিং প্ৰদৰ্শন অব্যাহত ৰাখে। ভাৰতৰ স্পীন শক্তিৰ সন্মুখত তিষ্টিব নোৱাৰি অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ৩২.৩ অভাৰত মাত্ৰ ৯১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুওৱায়।

Apply Now

দ্বিতীয় ইনিংছত ভাৰতীয় স্পীনাৰ ৰবিচন্দ্ৰন আচিনে ৩৭ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে। প্ৰথম ইনিঙছত অষ্ট্ৰেলিয়াৰ কঁকাল ভাঙি ৫ টা উইকেট দখল কৰা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাজেদাই আৰু মহম্মদ ছামীয়ে ২ টাকৈ উইকেট দখল কৰে।

ভাৰতীয় বলিং শক্তিৰ সন্মুখত শিৰণত কৰা অষ্ট্ৰেলিয়াৰ মাত্ৰ চাৰিজন বেটাৰেহে দ্বিতীয় ইনিংছত দুই অংকৰৰ ৰাণ সংগ্ৰহ তথা স্পৰ্শ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ ষ্টীভ স্মিথে সৰ্বাধিক ২৫ ৰাণ সংগ্ৰহ কৰি নট আউট হৈ ৰয়।

ইয়াৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাৰ দশৰ্নীয় শতৰাণ, অস্কৰ পেটেল আৰু ৰবীন্দ্ৰ জাজেদাৰ অৰ্ধ শতৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুওৱাই ভাৰতে প্ৰথম ইনিঙছত ৪০০ ৰাণৰ সন্মানজনক স্ক’ৰ সংগ্ৰহ কৰিছিল। অস্কৰ আৰু জাজেদা ক্ৰমে ৮৪ আৰু ৭০ ৰাণকৈ সংগ্ৰহ কৰিছিল। ইয়াৰ ফলতে ভাৰতে আলহী দলটোৰ বিৰুদ্ধে প্ৰথম ইংনিছত ২২৩ ৰাণৰ অগ্ৰগতি লাভ কৰে।

২২৩ ৰাণৰ পিছ পৰি থকা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰি প্ৰথমতে মুখথেকেচা খায়। দলীয়া স্ক’ৰ মাত্ৰ ৭ ৰাণ হওঁতেই অ’পেনাৰ ওচমান খাৱজাক আচিনে পিভিলিয়নৰ বাট দেখুওৱায়। প্ৰথমটো ইউকেট পতনৰ পাছত আৰু অষ্ট্ৰেলিয়াই আৰু মূৰ দাঙি উঠিব নোৱাৰিলে, বৰং তাচপাতৰ দৰেই খহিবলৈ ধৰে অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ।

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ ৫ টাকৈ ইউকেট দখল কৰাৰ লগতে অৰ্ধশতক সংগ্ৰহ কৰা ৰবীন্দ্ৰ জাজেদাই মেচ অৱ দ্য মেচ বঁটা লাভ কৰে।

চাৰিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অহা ১৭ ফেব্ৰুৱাৰিৰ পৰা দিল্লীত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd