• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেল্ফিৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ ওপৰত আক্ৰমণ, ভাঙিলে বন্ধুৰ গাড়ী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেল্ফি তোলাৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে আক্ৰমণ। ক্ৰিকেটাৰ পৃথ্বী শ্ব’ক প্ৰাণে মৰাৰ চেষ্টা! ভাঙি পেলোৱা হ’ল তেওঁৰ বন্ধুৰ গাড়ী। মুম্বাইত সংঘটিত হৈছে এই ঘটনাটো। মুম্বাই আৰক্ষীয়ে অভিযোগৰ ভিত্তিত আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ক্ৰিকেটাৰ পৃথ্বী শ্ব’ বুধবাৰে তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৈশ ভোজনৰ বাবে মুম্বাইৰ এখন বিলাসী হোটেললৈ গৈছিল। তাত যুৱক-যুৱতীৰ এটা দলে তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁক ছেল্ফি ল’বলৈ কৈছিল। পৃথ্বীয়ে দুজনৰ সৈতে এখন ছেল্ফি তুলিছিলো।

কিন্তু অলপ সময়ৰ পিছত যুৱক-যুৱতীৰ দলটো পুনৰ ঘূৰি আহে। এইবাৰ আন কেইজনমানে ছেল্ফি বিচাএ। পৃথ্বীয়ে তেওঁলোকক কয় যে তেওঁ অলপ অকলে সময় কটাব বিচাৰে। বাৰে বাৰে ছেল্ফিৰ চাহিদা পূৰণ কৰাটো সম্ভৱ নহয়। তথাপিও দলটোৱে তেওঁক বিৰক্ত কৰি থাকে।

Apply Now

অৱশেষত যুৱ ক্ৰিকেটাৰজনৰ বন্ধুজনে হোটেল কৰ্তৃপক্ষক কথাটো অৱগত কৰিবলৈ বাধ্য হয়। হোটেলৰ মেনেজাৰজন আহি অভিযুক্তসকলক হোটেলৰ পৰা উলিয়াই দিয়ে।

ইয়াতেই ক্ষুব্ধ হৈ দলটোৱে পৃথ্বী আৰু তেওঁৰ বন্ধুক আক্ৰমণ কৰে। অভিযোগ কৰা হৈছে যে তেওঁলোকে বেছবলৰ বেট লৈ হোটেলৰ বাহিৰত অপেক্ষা কৰি আছিল। পৃথ্বী হোটেলৰ পৰা ওলাই অহাৰ লগে লগে যুৱক-যুৱতীৰ দলটোৱে আক্ৰমণ কৰে। পৃথ্বীয়ে লগে লগে তেওঁৰ বন্ধুৰ বিএমডব্লিউ গাড়ীত প্ৰৱেশ কৰে।

অভিযুক্তসকলে গাড়ীখন ভাঙি পেলায়। গাড়ীখনৰ গ্লাছ বেছবলৰ বেটেৰে ভাঙি পেলোৱা হয়। যেতিয়া পৃথ্বীয়ে আন এখন গাড়ীত ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰে, যুৱক-যুৱতীৰ এটা দলে গাড়ীখনলৈকেও খেদি যায়। এইবাৰ আকৌ এগৰাকী মহিলা গৈ পৃথ্বীৰ পৰা টকা দাবী কৰে। টকা নিদিলে ভুৱা গোচৰ ৰুজু কৰাৰ ভাবুকিও দিয়ে।

অৱশেষত পৃথ্বীৰ বন্ধুৱে ওচিয়াৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। আৰক্ষীয়ে এতিয়ালৈকে তদন্তত নামি আঠজনক গ্ৰেপ্তাৰ কৰিছে। আন কেইবাজনৰ বাবে অভিযান চলাই থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd