• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিক পৰাস্ত কৰিবলৈ সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা লাগিব : মল্লিকাৰ্জুন খৰ্গে

‘ঘৃণাৰ পৰিৱেশ’, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অৱস্থাক লৈ তেওঁ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ ভাষাৰে আক্ৰমণ কৰে। বিৰোধী পক্ষৰ ঐক্যৰ বাবে কাতৰ অনুৰোধ জনাই সভাপতি খৰ্গেই কয়, “ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ বাবে এক সুনিৰ্দিষ্ট বিকল্প গঢ়াৰ লক্ষ্যৰে আমি সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰো।”

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 25, 2023 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে কয় যে তেওঁৰ দলে পৰৱৰ্তী লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ সুনিৰ্দিষ্ট বিকল্প গঠনৰ বাবে সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী।

কংগ্ৰেছৰ দলৰ ৮৫ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰে দেশক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰি মোডী চৰকাৰক দৰিদ্ৰ বিৰোধী বুলি দাবী কৰে।

Apply Now

‘ঘৃণাৰ পৰিৱেশ’, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অৱস্থাক লৈ তেওঁ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ ভাষাৰে আক্ৰমণ কৰে। বিৰোধী পক্ষৰ ঐক্যৰ বাবে কাতৰ অনুৰোধ জনাই সভাপতি খৰ্গেই কয়, “ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাৰ বাবে এক সুনিৰ্দিষ্ট বিকল্প গঢ়াৰ লক্ষ্যৰে আমি সমভাবাপন্ন দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰো।”

মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰা হ’ব বুলি কয় খৰ্গেই।

সভাপতি খৰ্গে কয় আজি দেশখনে কঠিন সময় পাৰ কৰিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ অধিৱেশন বন্ধ কৰিবলৈ বিজেপি চৰকাৰে ইডিৰ অভিযান চলাইছিল।

ইফালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে চীনক বৃহৎ অৰ্থনীতি আৰু ইয়াক আক্ৰমণ কৰিব নোৱাৰি বুলি কোৱা কথাটো এক ডাঙৰ ব্যৰ্থতা বুলিও কয় খৰ্গেই।

ৰাহুল গান্ধীক ধন্যবাদ জনাই তেওঁ কয়, “ভাৰত জোড়ো যাত্ৰাৰ পোহৰ সমগ্ৰ দেশতে বিয়পি পৰিছে। ৰাহুল গান্ধীয়ে অসম্ভৱক সম্ভৱ কৰি তুলিলে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd