• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দেশত জুই লগাব দিব নোৱাৰো’: চহৰৰ নাম সলনি কৰাৰ গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 27, 2023 8:22 pm
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বহুতো ঠাই ‘আক্ৰমণকাৰী’ৰ নামেৰে নামাকৰণ কৰা হৈছে। সেয়েহে, এখন নতুন আয়োগ গঠন কৰিব লাগে আৰু সেই ঠাইবোৰৰ নাম সলনি কৰিব লাগে। বিজেপি নেতা অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰি কৈছিল যে ভাৰত ইতিহাসৰ দাস হ’ব নোৱাৰে। কিন্তু সোমবাৰে, উচ্চতম ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে। দুই ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদি আৱেদনখন গ্ৰহণ কৰা হয়, তেন্তে দেশখনত জুই জ্বলিব পাৰে।

ন্যায়াধীশ কে এম জোছেফ আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে কয়, “এয়া সঁচা যে এটা সময়ত আক্ৰমণকাৰীসকলে আমাৰ দেশ শাসন কৰিছিল। কিন্তু ইতিহাসৰ এটা নিৰ্দিষ্ট অধ্যায় তাৰ বাবে মচি পেলাব নোৱাৰি। দেশৰ ইতিহাসে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক কেতিয়াও ভয় খুৱাব নোৱাৰে।”

উচ্চতম ন্যায়ালয়ে লগতে কয়, “ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। আৰু হিন্দু কেৱল এটা ধৰ্ম নহয়, ই জীৱন-যাপনৰ এটা উপায়ো। হিন্দু ধৰ্মত কোনো গোঁড়ামি নাই। সেয়েহে, দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি ধ্বংস হব পৰা এনে অতীত অপ্ৰয়োজনীয়ভাৱে বিচাৰি নুলিয়াব। আমি দেশখনত জুই লগাব নোৱাৰো।‘’

Apply Now

শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ দুগৰাকীয়ে বিজেপি নেতাজনৰ পিআইএলৰ উদ্দেশ্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।

কিছু দিনৰ পৰা বিজেপি চৰকাৰে মোগলসকলে দিয়া নামটো সলাই সংশ্লিষ্ট স্থানৰ ‘প্ৰাচীন’ নাম ৰখাৰ উদ্যোগ লৈছে। এই কামটো ত্বৰান্বিত কৰিবলৈ বিজেপি নেতা উপাধ্যায়ে এটা নামকৰণ আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপয়ে গৱেষণা কৰিব আৰু বিভিন্ন স্থানৰ মূল নামৰ এখন তালিকা প্ৰকাশ কৰিব আৰু সেই ঠাইবোৰৰ নাম সলনি কৰা হ’ব। ৰাজহুৱা স্বাৰ্থৰ আবেদনখনত এই দাবী কৰা হৈছিল।

উপাধ্যায়ে উ ল্লেখ কৰিছিল, “আমি স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, কিন্তু তথাপিও দেশৰ বহুতো গুৰুত্বপূৰ্ণ স্থানৰ নাম দেখি নিৰ্মম আক্ৰমণকাৰীসকলৰ ইতিহাসৰ কথা মনত পৰি যায়।‘’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd