• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউন্টাৰ আৰু উচ্ছেদৰ নামত বৰ্বৰ শাসন চলাইছে বিজেপি চৰকাৰেঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 11:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমানৱীয় উচ্ছেদ আৰু এনকাউন্টাৰ নামত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বৰ্বৰ আৰু স্বৈৰাতান্ত্ৰিক শাসন আৰম্ভ কৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে এই বৰ্বৰ আৰু স্বৈৰাচাৰী কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই অমানৱীয় আৰু সংবিধান বিৰোধী শাসন বন্ধ কৰি আইনৰ শাসন নিশ্চিত কৰিবলৈ দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ফেডাৰছনে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা ৰাজ্যখনত উচ্ছেদ আৰু এনকাউন্টাৰৰ ৰাজনীতি আৰম্ভ কৰিছে। শেহতীয়াকৈ গুৱাহাটীৰ শিলসাঁকো বিলৰ কাষত উচ্ছেদ অভিযান চলাইছে। গুৱাহাটীৰ কেইবা ঠাইতো অভিযান চলিছে। ইয়াৰ পূৰ্বে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত উচ্ছেদ চলিছে।

এই উচ্ছেদ কালত চৰকাৰে বিকল্প কোনো ব্যৱস্থা নকৰাকৈ সকলো মানৱ অধিকাৰ ভংগ কৰি উচ্ছেদিত লোকক অসহনীয় পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। আনকি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ্থী, শিশু, বৃদ্ধ ব্যক্তিৰ প্ৰতিও এই চৰকাৰখনে চৰম বৰ্বৰতা প্ৰদৰ্শন কৰিলে।

Apply Now

এনকাউন্টাৰৰ নামতো একেই নিদৰ্শন দাঙি ধৰিছে এইখন চৰকাৰে বুলিও দাবী কৰিছে ফেডাৰছনে। অভিযুক্তক আৰক্ষীৰ হাতত এনকাউন্টাৰ হোৱাতো এটা সাধাৰণ ঘটনাত পৰিণত হৈছে।

শেহতীয়াকৈ ৰৌতাত আৰক্ষীয়ে ডিম্বেশ্বৰ মুচাহাৰী নামৰ ব্যক্তি এজনক এনকাউন্টাৰত হত্যা কৰিছে। আৰক্ষীয়ে কেনাৰাম বসুমতাৰী নামৰ দুধৰ্ষ ডকাইত এজনক হত্যা কৰা বুলি প্ৰচাৰ কৰিছিল যদিও সেয়া ডিম্বেশ্বৰ মুচাহাৰী বুলিহে পৰিয়ালৰ লোকে চিহ্নিত কৰিলে। আচৰিত ধৰণে এই নৃশংস ঘটনাক ন্যাযতা দিবলৈ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰী উঠি পৰি লগিছে।

এই ঘটনাই প্ৰমাণ কৰিছে যে এই ঘটনাৰ আঁ‌ৰত চৰকাৰৰ প্ৰত্যক্ষ হাত আছে। এনেদৰে পুলিচৰ হতুৱাই আইনৰ শাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই চৰকাৰখনে পুলিচৰাজ আৰু স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে।

ডি ৱাই এফ আইয়ে এই মত পোষণ কৰিছে যে ভাৰতীয় সংবিধানে আৰক্ষীক বিচাৰ কৰাৰ অধিকাৰ দিয়া নাই। বিচাৰ কৰাৰ অধিকাৰ কেৱল আদালতৰহে আছে। অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে গোচ ৰুজু কৰি বিচাৰ কৰি দোষী সাব্যস্ত হ’লে শাস্তি বিহাৰ অধিকাৰ কেৱল আদালতৰহে আছে।

কিন্তু হিমন্ত বিশ্ব শৰ্মা ক্ষমতালৈ অহাৰ পাছত পুলিচক অন্যায়ভাৱে ব্যৱহাৰ কৰি সংবিধান বিৰোধী স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে। এয়া দেশৰ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি চৰম ভাবুকি। এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd