• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক্ষমতালৈ আহিলে ৫০০ টকাতে দিয়া হ’ব ৰন্ধন গেছ: প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 9:13 am
Congress on gas price hike
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই কেন্দ্ৰীয় চৰকাৰে বুধবাৰে পুনৰ বৃদ্ধি কৰে ৰন্ধন গেছৰ মূল্য। শাসনাধিষ্ঠ বিজেপি চৰকাৰে আজি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকাকৈ বৃদ্ধি কৰে। বিজেপি চৰকাৰৰ এই সিদ্ধান্তক ক্ষুৰধাৰ সমালোচনা কৰিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে।

গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰি মোদী চৰকাৰে দেশৰ জনসাধাৰণক হোলীৰ উপহাৰ দিয়া বুলি কটাক্ষ কৰে কংগ্ৰেছে। বিজেপি চৰকাৰে এইদৰে জনসাধাৰণক লুণ্ঠন চলোৱা বুলি অভিযোগ কৰি কংগ্ৰেছে ক্ষমতালৈ আহিলে বিজেপিৰ লুণ্ঠন বন্ধ কৰি ৫০০ টকাতে ৰন্ধন গেছ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

Apply Now

দলটোৰ মুখপাত্ৰ গৌৰৱ ভল্লাই কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে এই লুণ্ঠন বন্ধ হ’ব বুলি মন্তব্য কৰে। ভল্লাই কয়, “মোদী চৰকাৰে এল পি জিৰ মূল্য বৃদ্ধি কৰি হোলীৰ উপহাৰ দিছে। কেন্দ্রত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে ৫০০ টকাৰ মূল্যত সাধাৰণ মানুহক গেছ দিয়া হ’ব।”

ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে ইতিমধ্যে ৫০০ টকাত গেছ চিলিণ্ডাৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি ভল্লাই মোদী চৰকাৰে ৰাজস্থান চৰকাৰৰ পৰা এই শিক্ষা ল’ব পাৰে বুলি পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে অত্যধিক কৰ আৰোপ কৰি জনসাধাৰণৰ ওপৰত চলোৱা লুণ্ঠন বন্ধ কৰিবলৈ দাবী জনায় কেন্দ্ৰীয় চৰকাৰক।

ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে ২০১৪ চনৰ পৰা গেছৰ মূল্য ২৭৫ শতাংশ বৃদ্ধি পাইছে। “কংগ্ৰেছৰ দিনত চিলিণ্ডাৰৰ দাম আছিল ৪০০ টকা। এতিয়া ৰাজস্থান চৰকাৰে মাত্ৰ ৫০০ টকাত গেছ দিছে। তেওঁৰ চৰকাৰে কিয় এনেকৈ মানুহক লুটপাত কৰিছে সেই প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে দিব লাগিব।”— গান্ধীয়ে কয়।

গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পিছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও এক টুইট যোগে বিজেপিক সমালোচনা কৰে। “ৰাইজে জানিব বিচাৰে, হোলীৰ বিশেষ খাদ্য কেনেকৈ বনাব? কিমান দিনলৈ এই ডকাইতি চলিব? মোদী চৰকাৰে সৃষ্টি কৰা মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাই ক্ষতিগ্ৰস্ত হৈছে।”— টুইটটোত খৰ্গেই কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০১১ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰিছিল। সেই সময়ৰ বিৰোধী দল বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছিল। বিজেপি নেত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সেই সময়ত প্ৰতীকি প্ৰতিবাদো সাব্যস্ত কৰিছিল। বুধবাৰে মূল্যবৃদ্ধিৰ পিছত কংগ্ৰেছে স্মৃতি ইৰাণী এতিয়া কিয় মৌন হৈ আছে বুলি কটাক্ষ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd