• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

যিকোনো চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে সন্মুখীন হ’ব পাৰে এইকেইটা প্ৰশ্নৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 12:56 pm
যিকোনো চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে সন্মুখীন হ’ব পাৰে এইকেইটা প্ৰশ্নৰ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী বা বেচৰকাৰী প্ৰায়বোৰ চাকৰিৰ ক্ষেত্ৰতেই আবেদনকাৰী প্ৰাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰৰ মুখা–মুখি হ’ব লগা হয়। মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে সাক্ষাৎগ্ৰহণকাৰী বিষয়াই প্ৰাৰ্থীজনৰ ব্যক্তিত্ব, সাধাৰণ জ্ঞান, সততা, উপস্থিত বুদ্ধি আদি পৰীক্ষা কৰে। এই সমূহ পৰীক্ষা কৰিবৰ বাবে সাধাৰণতে সাক্ষাৎগ্ৰহণকাৰী বিষয়াই সঘনাই কেইটামান প্ৰশ্ন কৰা দেখা যায়। কিন্তু কিছু সময়ত উত্তেজনা, ভয় বা অন্যান্য কাৰণত প্ৰাৰ্থীসকলে এই প্ৰশ্নসমূহৰ উত্তৰ ভালদৰে দিব নোৱাৰৰ বাবে প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত হ’বলগা হয়। কি সেইকেইটা প্ৰশ্ন?

জানো আহক চাকৰিৰ সাক্ষাৎগ্ৰহণকাৰীয়ে আবেদনকাৰী প্ৰাৰ্থীক সততে সোধা কেইটামান প্ৰশ্নৰ বিষয়ে –

প্ৰশ্ন ১ – আপোনাৰ নিজৰ বিষয়ে কওঁক ?

যদি সাক্ষাৎগ্ৰহণকাৰীয়ে সাক্ষাৎকাৰৰ সময়ত কোনো প্ৰাৰ্থীক এইধৰণৰ প্ৰশ্ন সুধিছে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ আপোনাৰ বিষয়ে জানিব বিচাৰে। গতিকে উত্তৰত আপুনি আপোনাৰ বায়’ডাটাত নথকা কথা এটা কওক।

প্ৰশ্ন ২ – আপুনি এই চাকৰিটো কিয় বাছি লৈছে?

যদিহে আপোনাক সাক্ষাৎগ্ৰহণকাৰীয়ে এই প্ৰশ্নটো সোধে, তাৰমানে তেওঁ জানিব বিচাৰিছে যে সঁচাই আপুনি সেই কামটোৰ বাবে আগ্ৰহী হয়নে নহয়। গতিকে এনেকৈ উত্তৰ দিব যাতে সাক্ষাৎগ্ৰহণকাৰীয়ে পতিয়ন যায় যে আপুনি এই কামটোৰ বাবে সঁচাকৈয়ে আগ্ৰহী।

প্ৰশ্ন ৩ – আপোনাৰ সপোনৰ চাকৰিটো কি?

এই প্ৰশ্নটো সাক্ষাৎকাৰত প্ৰায়ে সোধা হয়। এই প্ৰশ্নৰ উত্তৰত সাক্ষাৎগ্ৰহণকাৰীয়ে আচলতে জানিব বিচাৰে প্ৰাৰ্থীজনৰ লক্ষ্য কি! গতিকে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ আগতেই এই প্ৰশ্নৰ এটা ভাল উত্তৰ প্ৰস্তুত কৰিব লাগে।

প্ৰশ্ন ৪ – আপুনি মানসিক চাপ আৰু কামৰ চাপ কেনেকৈ চম্ভালে?

মানসিক চাপ, কামৰ চাপ জীৱনৰ এটা অংশ। সকলোৱে ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব। এই কাৰণেই সাক্ষাৎগ্ৰহণকাৰীয়ে প্ৰতিজন প্ৰাৰ্থীক এই প্ৰশ্নটো সোধে। সাক্ষাৎগ্ৰহণকাৰীয়ে আচলতে আপোনাৰ পৰা জানিব বিচাৰে, চাপৰ মাজতো আপুনি কাম কৰিব পাৰে নে নোৱাৰে।

প্ৰশ্ন ৫ – আপুনি কিমান দৰমহা আশা কৰে?

সাধাৰণতে এই প্ৰশ্নটো সাক্ষাৎকাৰৰ একেবাৰে শেষত সোধা হয়। প্ৰাৰ্থীৰ সাক্ষাৎকাৰ ভাল হ’লে এনে প্ৰশ্ন আহে। এজন ফ্ৰেচাৰে এই কথাৰ উত্তৰ অতি সাৱধানে দিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd